ETV Bharat / state

কয়লা খননৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

জৈৱ বৈচিত্ৰৰে ভৰা দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ ৷

All Assam Student Union's protest against Coal mining in Patkai
কয়লা খননৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : May 23, 2020, 7:34 PM IST

গোলাঘাট,23মেঃ লক ডাউনৰ মাজতে গোলাঘাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদ, দিহিং পাটকাই অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰৰ কয়লা খননৰ সিদ্ধান্ত গ্ৰহণৰ বিৰোধিতাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে শনিবাৰে ।

কয়লা খননৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত এঘন্টীয়া মানৱ শৃংখল কাৰ্যসূচীৰ লগতে হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে কয়লা খননৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ সংগঠনটোবে দাবী জনাই কেন্দ্ৰীয় চৰকাৰক ৷ অন্যথা ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰা হ‘ব বুলি চৰকাৰক সকিয়াই দিয়ে সংগঠনটোৱে ৷

লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাক কোৱাৰেণ্টাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.