ETV Bharat / state

গোলাঘাটত AJP ৰ আহ্বায়ক সমিতি গঠন

author img

By

Published : Oct 20, 2020, 8:42 PM IST

গোলাঘাটত গঠন হল AJP দলৰ আহ্বায়ক সমিতি ৷ AJP ৰ মূখ্য সমন্বয়ক জগদীশ ভূঞা, ৰাজ্যিক আহ্বায়ক চিত্ত বসুমতাৰীৰ উপস্থিতিত গঠন কৰা হ’ল আহ্বায়ক সমিতিখন ৷

AJP convening committee formed at Golaghat
গোলাঘাটত AJP ৰ আহ্বায়ক সমিতি গঠন

গোলাঘাট, 20 অক্টোবৰ : সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম লাভ কৰা নতুন ৰাজনৈতিক দল AJP দলৰ গোলাঘাটত গঠন হ’ল আহ্বায়ক সমিতি । আঞ্চলিকতাবাদৰ‌ ইতিহাস বহনকাৰী গোলাঘাটত নতুন আঞ্চলিক দল এজেপিয়ে প্ৰাক নিৰ্বাচনী ৰণশিঙা বজাই মঙলবাৰে গঠন কৰিলে আহ্বায়ক সমিতিখন ।

AJPৰ মূখ্য সমন্বয়ক জগদীশ ভূঞা, ৰাজ্যিক আহ্বায়ক চিত্ত বসুমতাৰীৰ উপস্থিতিত আঞ্চলিকতাবাদৰ ইতিহাস বহনকাৰী গোলাঘাটত সংকল্প ল'লে চৰকাৰ গঠনৰ ।

আনহাতে, আহ্বায়ক সমিতি গঠন কাৰ্যসূচীত অংশগ্ৰহণ কৰি জগদীশ ভূঞাই বিজেপি দলৰ লগতে বদৰুউদ্দিন আজমল প্ৰসংগতো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : আহ্বায়ক সমিতি গঠন কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য জগদীশ ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.