ETV Bharat / state

গোলাঘাটত অতুল বৰাক আছুৰ ক'লা পতাকা প্ৰদৰ্শন

author img

By

Published : Feb 19, 2020, 7:39 PM IST

গোলাঘাটত ক'লা পতাকাৰ সন্মুখীন হয় অতুল বৰা ৷ আছুৱে প্ৰদৰ্শন কৰে ক'লা পতাকা ৷

AASU shows black flag to Atul Bora
গোলাঘাটত অতুল বৰাক আছুৰ ক'লা পতাকা প্ৰদৰ্শন

গোলাঘাট, 19 ফেব্ৰুৱাৰী : ক'লা পকাতাই এতিয়াও খেদি ফুৰিছে ৰাজ্যৰ একাংশ নেতাক ৷ শেহতীয়াকৈ গোলাঘাটত ক'লা পতাকাৰ সন্মুখীন হয় অতুল বৰা ৷

গোলাঘাট জিলা পুথিভঁৰালত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহে অতুল বৰা ৷ এই কাৰ্যসূচীলৈ আহি থকা অৱস্থাতে ৰদালি পইন্টত অতুল বৰাক ক'লা পতাকা প্ৰদৰ্শন কৰে আছুৱে ৷ ইয়াৰ উপৰিও চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিল নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্য়াহত থাকিব বুলি হুংকাৰ দিয়ে গোলাঘাট জিলা ছাত্ৰ সন্থাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.