ETV Bharat / state

একেলগে হাত ভৰি মুখেৰে ছবি আঁকিব পৰা যুৱকজন

author img

By

Published : Jun 15, 2020, 1:44 PM IST

বৰপথাৰৰ অভিজ্ঞান দত্তই অংকন কৰা ছবিয়ে এতিয়া সকলোৰে দৃষ্ট আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে | বর্তমান অভিজ্ঞান Bachelor in finearts অধ্যয়নৰত ছাত্ৰ । সৰু কালৰ পৰাই পিতৃ-মাতৃৰ পৰা অনুপ্ৰাণিত হৈছিল অভিজ্ঞান দত্ত ৷

Barpatha
অভিজ্ঞান দত্ত

সৰুপথাৰ, 15 জুন : গোলাঘাট জিলাৰ বৰপথাৰৰ এজন প্ৰতিভাৱান যুৱক অভিজ্ঞান দত্ত, যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহুটো দৃষ্টিনন্দন দৃশ্য । অভিজ্ঞানৰ দ্বাৰা অংকিত ছবিয়ে আচৰিত কৰি তুলিব আপোনাকো ৷ কাৰণ হাতৰ সমান্তৰালকৈ যুৱকজনে ভৰি আৰু মুখেৰে অংকন কৰিব পাৰে বহু আকৰ্ষণীয় ছবি ৷ অভিজ্ঞানৰ হাতৰ পৰশত উজলি উঠে হীৰেন ভট্টাচাৰ্য, ড৹ ভূপেন হাজৰিকাৰ লগতে জুবিন, পাপনৰ ছবি ৷

অভিজ্ঞান দত্ত

বৰপথাৰৰ অভিজ্ঞান দত্তই অংকন কৰা ছবিয়ে এতিয়া সকলোৰে দৃষ্ট আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে | বর্তমান অভিজ্ঞান Bachelor in finearts অধ্যয়নৰত ছাত্ৰ । ছবি অকাৰ ক্ষেত্ৰত সৰু কালৰ পৰাই পিতৃ-মাতৃৰ পৰা অনুপ্ৰাণিত হৈছিল অভিজ্ঞান দত্ত ৷ যুৱক জনে বৰ্তমান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ছবি অংকন কৰি বিভিন্নজনৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে | ভৱিষ্যতে এজন ভাল চিত্ৰশিল্পী হোৱাৰ সপোন পুহি ৰাখিছে অভিজ্ঞানে ৷

লগতে পঢ়কঃ বানে উটুৱাই নিয়া এখন দলঙে জীয়াতু ভুগাইছে ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.