ETV Bharat / state

গোলাঘাট নাৰ্চিং হ'মত পুনৰ 5 জনৰ দেহত কোভিড-19 পজিটিভ

author img

By

Published : Jun 18, 2020, 11:58 AM IST

4 গৰাকী নাৰ্চ আৰু এগৰাকী নাৰ্চিং হ'মত কৰ্মৰত কাঠ মিস্ত্ৰীৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷

5 new covid-19 positive cases found in Golaghat nursing home
গোলাঘাট নাৰ্চিং হ'মত পুনৰ 5 জনৰ দেহত কোভিড-19 পজিটিভ

গোলাঘাট,18 জুন: গোলাঘাটত কোভিড-19ক কেন্দ্ৰ কৰি আতংকিত পৰিৱেশ ৷ দুজন কোভিড-19 ত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা 5 গৰাকী লোকৰ দেহত বুধবাৰে কোভিড-19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে গোলাঘাট নাৰ্চিং হ'মত ৷ মঙলবাৰে গোলাঘাট নাৰ্চিং হ'ম restricted zone হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে।

উল্লেখ্য যে, মঙলবাৰে গোলাঘাট নাৰ্চিং হ'মৰ দুজনকৈ লেব টেকনিচিয়ানৰ দেহত ধৰা পৰিছিল কোভিড -19 ৰ অৱস্থিতি ৷ ইয়াৰ পাছতে বুধবাৰে তেঁওলোকৰ সংস্পৰ্শলৈ অহা 4 গৰাকী নাৰ্চ আৰু এগৰাকী নাৰ্চিং হ'মত কৰ্মৰত কাঠ মিস্ত্ৰীৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷ উল্লেখ্য যে, পূৰ্বে পৰীক্ষাৰ বাবে স্বাৱ সংগ্ৰহ কৰাৰ কামত নিয়োজিত থকাৰ বাবে কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিয়া হৈছিল দুযো গৰাকী লেব টেকনিচিয়ানক ৷ তৎস্বত্বেও গোলাঘাট নাৰ্চিং হ'ম খনত কৰ্ম সম্পাদন কৰিছিল কোভিড-19 ত আক্ৰান্ত দুয়ো গৰাকী লেব টেকনিচিয়ানে ।

লগতে পঢ়কঃ বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.