ETV Bharat / state

গোৱালপাৰাত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ - বনৰীয়া হাতী

জিলাখনৰ ধূপধৰাৰ বেংডবাত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ চাৰিটাকৈ বনৰীয়া হাতীয়ে গাঁও খনত প্ৰৱেশ কৰি হৰেণ কছাৰী নামৰ লোকজনৰ তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে।ইয়াৰ উপৰিও বাসগৃহত থকা সামগ্ৰীও ভাঙি পেলাই বনৰীয়া হাতী কেইটাই ৷

Wild elephant Attacking continues in Goalpara
গোৱালপাৰাত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ
author img

By

Published : Jul 24, 2020, 5:21 PM IST

বকো,24 জুলাইঃ গোৱালপাৰা জিলাত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ জিলাখনত প্ৰতি দিনেই বৃদ্ধি পাইছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ ধাৰাবাহিক ভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তৰ জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ জাকে চলাই আহিছে ধ্বংস যজ্ঞ ৷

গোৱালপাৰাত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ

বৃহস্পতিবাৰে নিশা জিলাখনৰ ধূপধৰাৰ বেংডবাত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ চাৰিটাকৈ বনৰীয়া হাতীয়ে গাঁও খনত প্ৰৱেশ কৰি হৰেণ কছাৰী নামৰ লোকজনৰ তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে। ইয়াৰ উপৰিও বাসগৃহত থকা সামগ্ৰীও ভাঙি পেলাই বনৰীয়া হাতী কেইটাই ৷ আনহাতে, কথমপি ঘৰৰ পৰা বাহিৰলৈ পলায়ন কৰি প্ৰাণৰক্ষা পৰে হৰেণ কছাৰীৰ লগতে পৰিয়ালৰ লোকৰ। ইপিনে এই ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ ৷ বন বিভাগৰ লোকক অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়কঃৰাজস্থান ৰাজনৈতিক সংকট : পাইলটৰ আবেদনৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.