ETV Bharat / state

পথাৰৰ পানী খাই জীৱন-নিৰ্বাহ কৰা এখন গাঁও; ক'ত আছে এই গাঁও? - খোৱাপানী

এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে গোৱালপাৰা জিলাৰ টিপলাই কুঁহিয়াৰ বাসীয়ে

DFVF
author img

By

Published : Mar 5, 2019, 4:44 PM IST

নিউজ ডেস্ক, গোৱালপাৰা, ৫ মাৰ্চ: এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে গোৱালপাৰা জিলাৰ টিপলাই কুঁহিয়াৰ বাসীয়ে । পথাৰৰ পানীয়েই এতিয়া একমাত্ৰ ভৰষা অঞ্চলবাসীৰ বাবে ।

প্ৰতি বছৰে মাঘ মাহৰ পৰা আৰম্ভ হয় পানীৰ অভাৱ । অঞ্চলটোৰ ভূ-পৃষ্ঠৰ পানী শুকাই যোৱাৰ ফলত টিউৱেলেৰে নোলোৱা হয় পানী । পৰিণতিত ইলেক্ট্ৰনিক মটৰ পাম্পৰ সহায়ত পথাৰৰ পৰা পানী আনিবলগীয়া হয় গাওঁবাসীয়ে । দীৰ্ঘদিন বৰষুণৰ নোহোৱাৰ ফলতেই এইদৰে ভয়ংকৰ জলসংকটত ভোগে অঞ্চলবাসীয়ে । এনে পৰিস্থিতিত জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ অঞ্চলটোত অব্যাহত থাকে ভীষন জলসংকট ।

জলসংকটত হাহাকাৰ গোৱালপাৰৰ টিপলাই বাসীৰ।

জিলাখনৰ টিপলাই পঞ্চায়তৰ পথাৰে পথাৰে বহুওৱা পাৱাৰ পাম্পসমূহেই অঞ্চবাসীৰ বাবে হৈ পৰে পানীৰ একমাত্ৰ উৎস । পথাৰত পানী দিয়া আৰম্ভ কৰিলেই গাঁওৰ মহিলা সকলে হাতে হাতে কলহ, বাল্টি লৈ পথাৰৰ পৰা পানী সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে ।

অৱশ্যে অঞ্চলটোৰ জলসংকট দূৰ কৰাৰ বাবে পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিছে যদিও এতিয়াও সম্পূৰ্ণ হোৱা নাই আঁচনিৰ কাম । পানী যোগান প্ৰকল্পটো সক্ৰিয় হ'লেই অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব বুলি আশাবাদী লোকসকল।

undefined

Slug : Goalpara= Drinking Water Crises.Vis+byte send FTP.For PKG

Anchor : এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে গোৱালপাৰা জিলাৰ টিপলাই কুঁহিয়াৰ বাসীয়ে। পানীৰ বাবে কি কৰিছে অঞ্চল বাসীয়ে। চাওক আমাৰ এক প্ৰতিবেদন ।

V. O : খোৱা পানীৰ অভাৱত ভুগিছে গোৱালপাৰা জিলাৰ টিপলাই, কুঁহিয়াৰবাৰীৰ ৰাইজে । প্ৰতি বছৰে মাঘ মাহৰ পৰা আৰম্ভ হয় পানীৰ অভাৱ। কিয়নো অঞ্চলটোৰ ঘৰে ঘৰে থকা টিউৱেলত নুঠে পানী। ইলেক্ট্ৰনিক মটৰ পাম্পো কাম নিদিয়ে। ইয়াৰ মূল কাৰণ হল দীৰ্ঘদিন বৰষুণ নিদিয়াৰ বাবে ভুগৰ্ভত পানীৰ নাটনি। এনে পৰিস্থিতিত জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ অঞ্চলটোত অব্যাহত থাকে ভীষন জলসংকট।

V. O : জলসংকটত ককবকাই থকা অঞ্চল বাসীয়ে খোৱা পানীৰ বাবে কি কৰিছে চাওক... । জিলাখনৰ টিপলাই পঞ্চায়তৰ পথাৰে পথাৰে বহুৱাইছে পাৱাৰ পাম্প। পথাৰত পানী দিয়াৰ বাবে বহুওৱা এই পাম্পেই তেওঁলোকৰ একমাত্ৰ ভৰষা। পথাৰত পানী দিয়া আৰম্ভ কৰিলেই গাঁওৰ মহিলা সকলে হাতে হাতে কলহ, বাল্টি লৈ পানী লবলৈ আহে পথাৰলৈ। গাঁওখনৰ এগৰাকী মহিলাই কি কয় শুনক.... See Byte 1. এয়াই বাস্তৱ । অৱশ্যে অঞ্চলটোৰ জলসংকট দূৰ কৰাৰ বাবে পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিলেও পানী পোৱা গাঁওবাসীয়ে। অঞ্চলটোত বছৰ বছৰ ধৰি দেখা দিয়া জলসংকট দূৰীকৰণৰ বাবে কিবা কাৰ্যকৰী ব্যৱস্থা কৰিবনে চৰকাৰে??
                     Byte 1, 2 : স্থানীয় মহিলা ।
                     Byte 3 : স্থানীয় যুৱক ।
         গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.