ETV Bharat / state

গোৱালপাৰাৰ দুই ভাতৃৰ সাফল্যৰ কাহিনী!! - মেগা ইভেণ্ট খেলো ইণ্ডিয়া

মেগা ইভেণ্ট খেলো ইণ্ডিয়াত অংশগ্ৰহণ কৰি সাফল্য কঢ়িয়াই আনিছে নগৰবেৰাৰ এক অখ্যাত গাঁৱৰ দুজন সহোদৰ ভাতৃয়ে । যুৱক দুজন হৈছে নগৰবেৰাৰ পৰা প্ৰায় ১০ কিল’মিটাৰ দূৰত্বত অৱস্থিত পিছপৰা গাঁও ৰূপহাৰাৰ নুৰ আলম আৰু ভাতৃ আব্দুল কৰিম ৷

খেলো ইণ্ডিয়া
খেলো ইণ্ডিয়াত সাফল্য
author img

By

Published : Jan 16, 2020, 7:10 PM IST

গোৱালপাৰা,16 জানুৱাৰীঃ মহানগৰীত অনুষ্ঠিত হৈ থকা মেগা ইভেণ্ট খেলো ইণ্ডিয়াৰ বৃহস্পতিবাৰে সপ্তম দিন ৷ বৃহত্তম ক্ৰীড়া অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সাফল্য কঢ়িয়াই আনিছে নগৰবেৰাৰ এক অখ্যাত গাঁৱৰ দুজন সহোদৰ ভাতৃয়ে। যুৱক দুজন হৈছে নগৰবেৰাৰ পৰা প্ৰায় ১০ কিল’মিটাৰ দূৰত্বত অৱস্থিত পিছপৰা গাঁও ৰূপহাৰাৰ নুৰ আলম আৰু ভাতৃ আব্দুল কৰিম ৷

খেলো ইণ্ডিয়াত সাফল্য

অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান নুৰ আলম পেচাত এজন দৰ্জী ৷ দৈনন্দিন কামৰ মাজতে সময় উলিয়াই নুৰ আলমে নিয়মিতভাৱে খেলিছিল ভলীবল । গাঁওৰ সাধাৰণ টিমৰ পৰা এদিন মিৰ্জালৈ খেলিবলৈ গৈ ৰেফাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় যুৱকজন। ইয়াৰ পৰাই আৰম্ভ হয় যুৱকজনৰ সফলতাৰ যাত্ৰা। অসম বিদ্যুৎ পৰিষদৰ হৈ খেলা নুৰ আলমৰ পথ অনুসৰণ কৰি ভাতৃ আব্দুল কৰিমেও আৰম্ভ কৰে ভলীবলত সাফল্যৰ যাত্ৰা ।

দীৰ্ঘ সময়ৰ অন্তত কষ্টৰ ফল লাভ কৰে দুই ভাতৃয়ে ৷ সম্প্ৰতি খেলো ইণ্ডিয়াৰ ২১ বছৰ অনুৰ্ধৰ ভলীবল টিমক অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছে দুই ভাতৃয়ে। দুয়োগৰাকী ভাতৃৰ এনে সফলতাত এতিয়া উৎফুল্লিত পৰিয়াল তথা গাঁওবাসী। ইতিমধ্যে দুই ভাতৃক বিভিন্ন দল-সংগঠনে সফলতাৰ বাবে আদৰণি জনাইছে । স্থানীয় ৰাইজে পৰিয়ালটোৰ দৰিদ্ৰ অৱস্থাৰ প্ৰতি সুদৃষ্টি দিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ যাতে আগন্তুক দিনত দুই ভাতৃয়ে নিজৰ কেৰিয়াৰত অধিক সাফল্য অৰ্জন কৰিব পাৰে ৷

লগতে চাওকঃখেল’ ইণ্ডিয়াৰ ষষ্ঠদিনত অসমলৈ তিনিটা স্বৰ্ণ পদক

Intro:
Anchor : Khelo India ত ভাগ লৈছে নগৰবেৰাৰ এখন অখ্যাত গাঁৱৰ দুগৰাকী সহোদৰ ভাতৃয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ দুই ভাতৃক লৈ আনন্দত আত্মহাৰা পৰিয়াল, গাঁওবাসী। এই সন্দর্ভত চাওক আমাৰ এক প্ৰতিবেদন। Body:as_gol_16jan_801_ khelo_India_2_brothers_vis+byte_7203844.

Anchor : Khelo India ত ভাগ লৈছে নগৰবেৰাৰ এখন অখ্যাত গাঁৱৰ দুগৰাকী সহোদৰ ভাতৃয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ দুই ভাতৃক লৈ আনন্দত আত্মহাৰা পৰিয়াল, গাঁওবাসী। এই সন্দর্ভত চাওক আমাৰ এক প্ৰতিবেদন।

V. O : গুৱাহাটীত অনুষ্ঠিত Khelo India ত অংশ গ্ৰহণ কৰিছে নগৰবেৰাৰ এখন অখ্যাত গাঁৱৰ দুগৰাকী সহোদৰ ভাতৃয়ে। আমি কব বিচাৰিছো নগৰবেৰাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বৰ অতি পিছপৰা ৰূপহাৰা গাঁওৰ নুৰ আলম আৰু তেওঁৰ কণিষ্ঠ ভাতৃ আব্দুল কৰিমৰ কথা। গোৱৰত পদুম ফুলাৰ দৰেই দুই ভাতৃৰ সাফল্যৰ কাহিনী। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান নুৰ আলম খেতি পথাৰত কাম কৰাৰ উপৰিও পৰিয়ালৰ দৰিদ্ৰতাৰ বাবে দৰ্জী হিচাপে কাম কৰিছিল। কামৰ মাজতে সময় উলিয়াই নুৰ আলমে নিয়মীত ভাৱে খেলিছিল ভলীবল। গাঁওৰ সাধাৰণ টিমৰ পৰাই এদিন মিৰ্জালৈ খেলিবলৈ গৈ এগৰাকী ৰেফাৰীৰ দৃষ্টিত পৰে নুৰ আলম। আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল সফলতাৰ যাত্ৰা। অসম বিদ্যুৎ পৰিষদৰ হৈ খেলা নুৰ আলমৰ পথকে অনুসৰণ কৰি কণিষ্ঠ ভাতৃ আব্দুল কৰিমো আৰম্ভ ভলীবলত সাফল্যৰ যাত্ৰা। আৰু এতিয়া কষ্টৰ ফল পাইছে নুৰ আলম, আব্দুল কৰিমে। গুৱাহাটীত অনুষ্ঠিত Khelo India ৰ অনুৰ্ধ ২১ বছৰ ভলীবল টিমক অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছে দুই ভাতৃয়ে। দুয়োগৰাকী ভাতৃৰ এনে সফলতাত উৎফুল্লিত পৰিয়াল গাঁওবাসী। বুধবাৰে এদিনৰ ছুটি পাই গাঁওখনলৈ অহাত দুই ভাতৃক লৈ গাঁওবাসী, পৰিয়ালৰ উছাহ চাওক। গাড়ীৰ পৰা নামিয়েই পিতৃ মাতৃক সেৱা জনাই সকলো কৃতিত্বৰ অধিকাৰী হিচাপে ক্ৰেডিট দিলে জ্যেষ্ঠ ভাতৃ নাছিৰ আলীক । ইয়াৰ পূৰ্বে দুই ভাতৃক বিভিন্ন দল সংগঠনে আদৰণি জনায়। জুপুৰি সদৃশ ঘৰৰ লৰা আজি অঞ্চলবাসীৰ লগতে অসমৰ গৌৰৱ। পৰিয়ালটোৰ দৰিদ্ৰতাৰ প্ৰতি সুদৃষ্টি দিবলৈ চৰকাৰক আহ্বান জনালে সকলোৱে। প্ৰশ্ন হয়, চৰকাৰে শুনিবনে দৰিদ্ৰ পৰিয়ালটোৰ এই আহ্বান???

Byte 1, 2 : নুৰ আলম (খেলুৱৈ)।

Byte 3 : স্থানীয় যুৱক ।

গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।Conclusion:Byte 1, 2 : নুৰ আলম (খেলুৱৈ)।

Byte 3 : স্থানীয় যুৱক ।

গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.