ETV Bharat / state

শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী - বৰপেটা

কিতাপ বহী এৰি প্ৰতিবাদত নামিছে ছাত্ৰ ছাত্ৰীয়ে । প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতি আৰু মধ্যাহ্ন ভোজনৰ ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

কিতাপ বহী এৰি প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী
author img

By

Published : Jun 15, 2019, 4:02 PM IST

গোৱালপাৰা, 15 জুন: কিতাপ বহী এৰি প্ৰতিবাদত নামিছে ছাত্ৰ ছাত্ৰী । বিদ্যালয় গৃহৰ সমুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে । বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ভাতনাপাইতি মহিষখুটি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । বিদ্যালয়খনৰ প্ৰধান শিক্ষক জামাল উদ্দিন আহমেদৰ ওপৰত বিতুষ্ট বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল । শতাধিক ছাত্ৰ ছাত্ৰী অধ্যয়ণ কৰা বিদ্যালয়খনৰ একমাত্ৰ শিক্ষক জামাল উদ্দিন আহমেদ সপ্তাহত মাত্ৰ এদিন বা দুদিনহে আহে স্কুললৈ । এনে পৰিস্থিতিত বছৰ বছৰ ধৰি শিক্ষা লাভৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী । কেৱল এয়াই নহয়, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ওপৰতো প্ৰধান শিক্ষক জামাল উদ্দিনৰ শেন চকু । প্ৰায় এবছৰ ধৰি ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ আহাৰ নিদিয়াৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ । প্ৰধান শিক্ষক জামাল উদ্দিনৰ এনে দুৰ্নীতি অনিময়ত এতিয়া অতিষ্ট ছাত্ৰ ছাত্ৰী অভিভাৱক সকল ।

কিতাপ বহী এৰি প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী

লগতে পঢ়ক: দিল্লী এয়াৰপৰ্টৰ কাষত অসমীয়া যুৱতী-মহিলাৰে নাৰী দেহ ব্যৱসায়!!

অতিষ্ট ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ কৰাই নহয়, শীঘ্ৰে প্ৰধান শিক্ষক জামাল উদ্দিনক গ্ৰেপ্তাৰৰ দাবী জনাইছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল । এতিয়া প্ৰশ্ন হয়, কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ এই প্ৰতিবাদে শিক্ষা বিভাগৰ চকু খোল খুৱাব পাৰিবনে?

as_slug_gol_15jun_802_student's_protest_vis+byte_ftp_jahidul_islam.

Anchor : পাঠদান এৰি প্ৰতিবাদত নামিছে ছাত্ৰ ছাত্ৰীয়ে। প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতি আৰু মধ্যাহ্ন ভোজনৰ ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে শিশু ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । কত আৰু কোনখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ?? চাওক এই সন্দর্ভত আমাৰ এক প্ৰতিবেদন ।

V. O : কিতাপ বহী এৰি প্ৰতিবাদত নামিছে শিশু ছাত্ৰ ছাত্ৰী। এয়া চাওক পাঠদান এৰি বিদ্যালয় গৃহৰ সমুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে । বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ভাতনাপাইতি মহিষখুটি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । বিদ্যালয়খনৰ প্ৰধান শিক্ষক জামাল উদ্দিন আহমেদৰ ওপৰত বিতুষ্ট বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল। শতাধিক ছাত্ৰ ছাত্ৰী অধ্যয়ণ কৰা বিদ্যালয়খনৰ একমাত্ৰ শিক্ষক জামাল উদ্দিন আহমেদ সপ্তাহত মাত্ৰ এদিন বা দুদিনহে আহে স্কুললৈ। এনে পৰিস্থিতিত বছৰ বছৰ ধৰি শিক্ষা লাভৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী। কেৱল এয়াই নহয়, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ওপৰতো প্ৰধান শিক্ষক জামাল উদ্দিনৰ শেন চকু। প্ৰায় এবছৰ ধৰি ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ আহাৰ নিদিয়াৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ। প্ৰধান শিক্ষক জামাল উদ্দিনৰ এনে দুৰ্নীতি অনিময়ত এতিয়া অতিষ্ট ছাত্ৰ ছাত্ৰী অভিভাৱক সকল। অতিষ্ট ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ কৰাই নহয়, শীঘ্ৰে প্ৰধান শিক্ষক জামাল উদ্দিনক গ্ৰেপ্তাৰৰ দাবী জনাইছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল। এতিয়া প্ৰশ্ন হয়, কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ এই প্ৰতিবাদে শিক্ষা বিভাগৰ চকু খোল খুৱাব পাৰিবনে??
                               Byte 1 : এগৰাকী ছাত্ৰ ।
   
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.