যোগীঘোপা, 25 আগষ্টঃ যোগীঘোপাৰ চলন্তাপাৰাত শনিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ 8 জনীয়া ডকাইতৰ দল এটাই পিষ্টল দেখুৱাই গৃহস্থৰ পৰা লুটি নিয়ে এখন গাড়ীসহ নগদ ধন, সোণ ৷ নিশা দুই মান বজাত ডকাইতৰ দলটোৱে দুৱাৰ ভাঙি আনোৱাৰ আলী নামৰ এজন ঠিকাদাৰৰ ঘৰত প্ৰৱেশ কৰে । আনোৱাৰ আলীসহ পৰিয়ালক পিষ্টল দেখুৱাই ৰছিৰে হাতত বান্ধি থৈ ডকাইতি কাণ্ড সম্পন্ন কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষী খবৰ দিয়াত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । এই ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা আৰু সক্ৰিয়তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ৷
যোগীঘোপাৰ চলন্তাপাৰাত চাঞ্চল্যকৰ ডকাইতি - চাঞ্চল্যকৰ
যোগীঘোপাৰ চলন্তাপাৰাত শনিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ 8 জনীয়া ডকাইতৰ দল এটাই পিষ্টল দেখুৱাই গৃহস্থৰ পৰা লুটি নিয়ে এখন গাড়ীসহ নগদ ধন, সোণ ৷ ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষী খবৰ দিয়াত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
যোগীঘোপা, 25 আগষ্টঃ যোগীঘোপাৰ চলন্তাপাৰাত শনিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ 8 জনীয়া ডকাইতৰ দল এটাই পিষ্টল দেখুৱাই গৃহস্থৰ পৰা লুটি নিয়ে এখন গাড়ীসহ নগদ ধন, সোণ ৷ নিশা দুই মান বজাত ডকাইতৰ দলটোৱে দুৱাৰ ভাঙি আনোৱাৰ আলী নামৰ এজন ঠিকাদাৰৰ ঘৰত প্ৰৱেশ কৰে । আনোৱাৰ আলীসহ পৰিয়ালক পিষ্টল দেখুৱাই ৰছিৰে হাতত বান্ধি থৈ ডকাইতি কাণ্ড সম্পন্ন কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষী খবৰ দিয়াত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । এই ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা আৰু সক্ৰিয়তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ৷
Slug- Dacoit
Voice Over- যোগীঘোপাৰ চলন্তাপাৰাত শনিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড। পিষ্টল দেখুৱাই ৮ জনীয়া ডকাইতৰ দলে গৃহস্থৰ পৰা লুটি নিয়ে সোণ, নগদ ধন সহ এখন গাড়ী। জানিব পৰা মতে, নিশা দুই মান বজাত ৮ জনীয়া ডকাইতৰ দল এটাই দুৱাৰ ভাঙি প্ৰৱেশ কৰে আনোৱাৰ আলি নামৰ এজন ঠিকাদাৰৰ ঘৰত। প্ৰৱেশ কৰিয়েই আলিক মুখত প্ৰহাৰ কৰি পিষ্টল দেখুৱাই ৰছিৰে হাতত বান্ধি থয়। একেদৰে ডকাইতৰ আন সদস্য বোৰে হাতত চোকা অস্ত্ৰ লৈ আলিৰ পত্নী আৰু আন সদস্যক ৰছিৰে বান্ধি থয়। গৃহস্থক এইদৰে বান্ধি থৈ ডকাইত দলটোৱে এফালৰ পৰা ঘৰৰ সকলো লণ্ড ভণ্ড কৰি লুটি নিয়ে পাচ লাখ টকা মূলৰ সোণ, চাৰি লাখ পঞ্চাশ হাজাৰ নগদ ধন সহ এখন AS 19K 8807 নম্বৰৰ Nissan Terrano গাড়ী। পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত যোগীঘোপা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। এই ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে লগতে আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা আৰু সক্ৰিয়তাক লৈও প্ৰশ্ন কৰিছে বহুজনে।
Visual 1
Byte 1, victim
Regards
Indranil Das
News Contributor
ETV BHARAT ASSAM
Abhayapuri SouthConclusion:Visual
Byte 1