ETV Bharat / state

গোৱালপাৰাত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুন্ঠন - লুন্ঠন

গোৱালপাৰা হাৰিমুৰাৰ পৰা ডুবাপাৰালৈ যোৱা পথছোৱা নিৰ্মাণৰ দায়িত্ব ঠিকাদাৰ মহম্মদ শাহী কৰিমক অৰ্পণ কৰা হৈছিল । অভিযোগ অনুসৰি পথটোৰ ঠিকাদাৰজনে পথ নিৰ্মাণৰ কামত অতি নিম্নমানৰ শিল ব্যৱহাৰ কৰে ।

পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুন্ঠন
author img

By

Published : Apr 2, 2019, 11:19 AM IST

গোৱালপাৰা , 02 এপ্ৰিল : গোৱালপাৰা পূব বিধানসভা সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকী পথ নিৰ্মাণৰ নামত একাংশ ঠিকাদাৰে চলাইছে সীমাহীন দুৰ্নীতি৷ জিলা কাৰ্যবাহী অভিযন্তাৰ চকুৰ সন্মুখতে ঠিকাদাৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ গড়কপ্তানিবিভাগৰ বিৰুদ্ধেওগুৰুত্বহীনতাৰ অভিযোগ ৷

পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুন্ঠন

গোৱালপাৰা হাৰিমুৰাৰ পৰা ডুবাপাৰালৈ যোৱা পথছোৱা নিৰ্মাণৰ দায়িত্ব ঠিকাদাৰ মহম্মদ শাহী কৰিমক অৰ্পণ কৰা হৈছিল । অভিযোগ অনুসৰি পথটোৰ ঠিকাদাৰজনে পথ নিৰ্মাণৰ কামত অতি নিম্নমানৰ শিল ব্যৱহাৰ কৰে । ইয়াৰোপৰিপথ নিৰ্মাণত পৰ্যাপ্ত পৰিমাণৰ শিল, বালি, মাটি আদি কেঁচা সামগ্ৰী প্ৰয়োগ নকৰাৰো অভিযোগ উত্থাপন হৈছে ঠিকাদাৰজনৰ বিৰুদ্ধে ৷ ইয়াৰ প্ৰতিবাদত স্থানীয় ৰাইজে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে যদিও ঠিকাদাৰজনে নিজ ইচ্ছামতে পুনৰাই একেই দুৰ্নীতি সংঘটিত কৰি কাম অব্যাহত ৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ লগতে এই সমষ্টিটোত চলি থকা প্ৰতিটো কামতেই ঠিকাদাৰ আৰু জিলা গড়কপ্তানিবিভাগে উন্নয়নৰ নামত চূড়ান্ত দুৰ্নীতি অব্যাহত ৰখাৰো অভিযোগ স্থানীয় ৰাইজৰ । সেয়ে সচেতন মহলে শীঘ্ৰে উচিত তদন্ত কৰি পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আৰু জিলা গড়কপ্তানিবিভাগৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ৷

ANCHOR:-সম্প্ৰতি প্ৰধান মন্ত্ৰী গ্রাম চৰক যোজনাৰ অধীনত নিৰ্মাণৰ পথত ঠিকাদাৰে চলাইছে সীমাহীন দুৰ্নীতি।জিলা কাৰ্যবাহী অভিযন্তাৰ চকুৰ সন্মুখতে ঠিকাদাৰে চলাইছে লুণ্ঠন।গুৰুত্ব নাই গৰকপ্তানী বিভাগৰ।

V O:-গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অধীনস্থ পকী পথ নিৰ্মাণত ঠিকাদাৰ ৰ লুন্ঠন।প্ৰধান মন্ত্ৰী গ্রাম চৰক যোজনাৰ অধীনত নিৰ্মিত প্ৰায়ভাগ পথতেই ঠিকাদাৰে চলাইছে অৰাজকতা।ৰাইজৰ অভিযোগক গুৰুত্ব নিদিয়ে ঠিকাদাৰ কিম্বা কাৰ্যবাহী অভিযন্তাই।যি সময়ত বিভাগীয় মন্ত্ৰী তথা সংশ্লিষ্ট উৰ্ধতন কৰ্তৃপক্ষই নিৰ্বাচনী সংক্ৰান্তীয় কামত ব্যস্ত তেনেসময়তে ঠিকাদাৰে চলাইছে এই অৰাজকতা।

এই পথছোৱা লৈ মন কৰক, গোৱালপাৰা হাৰিমুৰাৰ পৰা ডুবাপাৰালৈ যোৱা পথছোৱা নিৰ্মাণৰ দায়িত্ব বিভাগে অৰ্পণ কৰিছিল ঠিকাদাৰ মহম্মদ শাহী কৰিম ক।নাই কোনো নাম ফলক,নাই পথছোৱাৰ দৈৰ্ঘ্য ।অকল এয়াই নহয় পথটোৰ ঠিকাদাৰ গৰাকীয়ে ব্যৱহাৰ কৰি আহিছে নিম্ন মানৰ শিল।আনকি নিয়ম মতে যি পৰিমাণৰ শিল, বালি, মাটি আদি কেঁচা সামগ্ৰী প্ৰয়োগ কৰিব লাগে তাকো নকৰিলে।ফলত স্থানীয় ৰাইজে কাম বন্ধ কৰি দিছিল যদিও ঠিকাদাৰে নিজ ইচ্ছামতে পুনৰাই একেই দুৰ্নীতি সংগঠিত কৰি কাম অব্যাহত ৰখাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এক প্ৰকাৰ সমষ্টিটোত চলি থকা প্ৰতিটো কামতেই ঠিকাদাৰ আৰু জিলা গৰকপ্তানী বিভাগে অব্যাহত2ৰাখিছে পথ উন্নয়ন ৰ নামত চূড়ান্ত দুৰ্নীতি।অতি শীঘ্ৰে উচিত তদন্ত কৰি2পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আৰু জিলা গৰকপ্তানী বিভাগৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে স্থানীয় ৰাইজে।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.