গোৱালপাৰা, 25 এপ্ৰিলঃ গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰৱস্থা ৷ বিগত প্ৰায় বিশ বছৰ ধৰি বিধ্বস্ত অৱস্থাত পৰি ৰৈছে পথটো। তথাপিও পথটোৰ উন্নয়নত স্থানীয় বিধায়কৰ লগতে গড়কাপ্তানী বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ গোৱালপাৰাত কোনো গড়কাপ্তানী বিভাগ নাই বুলি মন্তব্য ক্ষুব্ধ ৰাইজৰ ৷
গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰাৱস্থা - গড়কাপ্টানী বিভাগ
বিগত প্ৰায় বিশ বছৰ ধৰি বিধ্বস্ত হৈ ৰোৱা পথটোত গড়কাপ্টানী বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ
![গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰাৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3102414-125-3102414-1556181007853.jpg?imwidth=3840)
গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰাৱস্থা
গোৱালপাৰা, 25 এপ্ৰিলঃ গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰৱস্থা ৷ বিগত প্ৰায় বিশ বছৰ ধৰি বিধ্বস্ত অৱস্থাত পৰি ৰৈছে পথটো। তথাপিও পথটোৰ উন্নয়নত স্থানীয় বিধায়কৰ লগতে গড়কাপ্তানী বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ গোৱালপাৰাত কোনো গড়কাপ্তানী বিভাগ নাই বুলি মন্তব্য ক্ষুব্ধ ৰাইজৰ ৷
গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰাৱস্থা
গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰাৱস্থা
Intro:পথ উন্নয়নত গুৰুত্ব নাই গড়কাপ্টানী বিভাগৰ।গুৰুত্ব নাই জনপ্ৰতিনিধিৰ। স্থানীয় ৰাইজৰ প্ৰশ্ন কত আছে গড়কাপ্টানী বিভাগ ? বিধ্বস্ত পথে জ্বলা কলা খুৱাইছে ৰাইজক। Body: গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনস্থ পথ এইটো। লক্ষীপুৰ নগৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা এই পথছোৱা বিগত প্ৰায় বিছ বছৰ ধৰি পৰি ৰৈছে বিধ্বস্ত অৱস্থাত। সম্পূৰ্ণ পথছোৱা গৈছে জহি খহি। তৎস্বত্তেও পথটো উন্নয়নত আজিলৈ নিদিলে কোনো গুৰুত্ব। কি জিলা গড়কাপ্টানী বিভাগ ,কি স্থানীয় বিধায়ক কিম্বা সাংসদ।উন্নয়নত কাৰো নাই তিল মানো গুৰুত্ব। অকল ভোটৰ সময়ত আবিৰ্ভাৱ ঘটে নেতাৰ।অৰ্থাৎ কাণ্ডজ্ঞানৰ অভাব জনপ্ৰতিনিধিৰ।উন্নয়নত নাই সদিচ্ছা। Conclusion:স্থানীয় ৰাইজে তাতবাটি কাঢ়িল বছৰৰ পিছত বছৰ। কিন্তু নহল উন্নয়ন।ফলত এই ভয়ঙ্কৰ যাত্ৰা অঞ্চলবাসী ৰাইজৰ। কাজেই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিলে ৰাইজে,। ৰাইজৰ স্পষ্ট কথা গোৱালপাৰাত নাই গড়কাপ্টানী বিভাগ।
বেদীশ নাথ পশ্চিম গোৱালপাৰা।
বেদীশ নাথ পশ্চিম গোৱালপাৰা।