ETV Bharat / state

মাঘী পূৰ্ণিমা উপলক্ষে গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - মাঘী পূৰ্ণিমা আৰু মেলা

গোৱালপাৰাৰ মৰনৈস্থিত শ্ৰীশ্ৰী সূৰ্য্যপাহাৰ মহাপীঠত দেওবাৰৰ পৰা আৰম্ভ হৈছে মাঘী পূৰ্ণিমা আৰু মেলা । মাঘী পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত বিষ্ণুযজ্ঞৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

CM visit
মাঘী পূৰ্ণিমা
author img

By

Published : Feb 9, 2020, 6:02 PM IST

গোৱালপাৰা,9 ফেব্ৰুৱাৰীঃ গোৱালপাৰাৰ মৰনৈস্থিত শ্ৰীশ্ৰী সূৰ্য্যপাহাৰ মহাপীঠত দেওবাৰৰ পৰা আৰম্ভ হৈছে মাঘী পূৰ্ণিমা আৰু মেলা । মাঘী পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত বিষ্ণুযজ্ঞৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সাতদিনীয়াকৈ অনুষ্ঠিত মেলাখনত ইতিমধ্যে সমাগম ঘটিছে অগণন ভক্তৰ ।

গোৱালপাৰাত মুখ্যমন্ত্ৰী সোণোৱাল

উল্লেখ্য যে, অসমৰ ইলোৰাখ্যাত দ্বিতীয় কাশীধাম হিচাপে পৰিচিত সূৰ্য্যপাহাৰৰ এই ধৰ্মীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস তথা মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে । যজ্ঞৰ যোগেদি সমগ্ৰ অসমত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে চাওকঃনলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড গুণ্ডাবাহিনীৰ

Intro:Anchor:- গোৱালপাৰাৰ শ্ৰী শ্ৰী সূৰ্য্য পাহাৰ মহাপীঠ স্থানত আজিৰে পৰা আৰম্ভ মাঘি পূৰ্ণিমা আৰু মেলা।মাঘি পূৰ্ণিমাৰ বিষ্ণু যজ্ঞৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

Body:Anchor:- গোৱালপাৰাৰ শ্ৰী শ্ৰী সূৰ্য্য পাহাৰ মহাপীঠ স্থানত আজিৰে পৰা আৰম্ভ মাঘি পূৰ্ণিমা আৰু মেলা।মাঘি পূৰ্ণিমাৰ বিষ্ণু যজ্ঞৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

VO:- গোৱালপাৰা জিলাৰ মৰনৈ স্থিত শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানত মাঘি পূৰ্ণিমা উপলক্ষে যোৱা কালিৰ পৰা সাত দিনীয়াকৈ আৰম্ভ হৈছে মেলা।ইলৰা খ্যাত দ্বিতীয় কাশীধাম পৰিচিত সূৰ্য্য পাহাৰৰ এই পূজা আৰু মেলাখনিত সমাগম ঘটিছে অগনন ভক্তৰ।মেলাৰ দ্বিতীয় দিনা অৰ্থাৎ আজি বিষ্ণু যজ্ঞৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।দিনৰ ১১:৩০বজাত মুখ্যমন্ত্ৰী গৰাকী মহাপীঠ স্থানত উপস্থিত হৈ প্ৰথমে যজ্ঞৰ শুভাৰম্ভ কৰে।প্ৰায় এঘণ্টা যোৰা সময় যজ্ঞ ত ব্যস্ত হয় মুখ্যমন্ত্ৰী গৰাকী।মুখ্যমন্ত্ৰী সোনোৱাল ৰ সৈতে যজ্ঞত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী ৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী।লগতে যজ্ঞৰ যোগেদি সমগ্ৰ অসমত শান্তিৰ বাতাবৰণ অহাৰ কামনাও কৰে মুখ্যমন্ত্ৰী গৰাকী।

Byte:- সৰ্বানন্দ সোনোৱাল,মুখ্যমন্ত্ৰী অসম।

জাহিদুল ইছলাম, গোৱালপাৰা।

Conclusion:Byte:- সৰ্বানন্দ সোনোৱাল,মুখ্যমন্ত্ৰী অসম।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.