ETV Bharat / state

Drug seized in Goalpara: গোৱালপাৰাত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Jan 2, 2023, 1:46 PM IST

গোৱালপাৰাত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী (Drug seized in Goalpara) ৷ আজি পুৱতি নিশা জলেশ্বৰৰ কাটাৰীহাৰাত ধূমেৰঘাট আৰক্ষীয়ে চলাছিল অভিযান ৷ অভিযানকালত ২৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ আটক কৰে বজলুল বাচিত নামৰ ব্যৱসায়ীটোক ৷

Drug dealers arrested in Goalpara
গোৱালপাৰাত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী
  • গোৱালপাৰা জিলাৰ ধূমেৰঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
  • অভিযানকালত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী
  • ধৃত ব্যৱসায়ীৰ নাম বজলুল বাচিত(Drug seized in Goalpara)
  • আজি পুৱতি নিশা জলেশ্বৰৰ কাটাৰীহাৰাত চলিছিল অভিযান
  • ধূমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমনি চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান
  • অভিযানকালত জব্দ ২৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ
  • আব্দুল কুদ্দুছ নামৰ লোকজনৰ ঘৰৰ পৰাই বজলুল বাছিতে দীৰ্ঘদিন ধৰি চলাই আহিছিল ব্যৱসায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.