ETV Bharat / state

গোৱালপাৰাত মুকলি হ'ল ডঃ এ পি জে আব্দুল কালাম সেতু

স্বাধীনতাৰ ৭২ বছৰ পিছত জলজলী নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ল ৬০০ ফুট দৈৰ্ঘ্যৰ এখন বাঁহ-কাঠৰ দলং ৷ ৫ লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা দলংখনৰ নাম ৰখা হৈছে ডঃ এ পি জে আব্দুল কালাম ৷

জলজলী নদীৰ ওপৰত ড০ এ পি জে আব্দুল কালাম সেতু
author img

By

Published : Nov 23, 2019, 7:03 PM IST

গোৱালপাৰা,23নৱেম্বৰ : বৰপেটাৰ জলজলী নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ল ৬০০ ফুট দৈঘ্যৰ এখন বাঁহ-কাঠৰ দলং। দলংখনৰ নাম ৰখা হৈছে ডঃ এ পি জে আব্দুল কালাম ৷ স্বাধীনতাৰ ৭২ বছৰ অতিক্ৰম কৰাৰ পিছত দক্ষিণ বৰপেটা আৰু কামৰূপ জিলাক সংযোগ কৰিব এই দলংখনে ৷ অঞ্চলবাসীয়ে প্ৰায় ২০ বছৰ ধৰি জলজলী নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে দাবী জনায় আহিছে ৷ কিন্তু সময়ে-সময়ে চৰকাৰ সলনি হৈ প্ৰতিশ্ৰুতিবোৰো সলনি হৈ গৈছে ৷ প্ৰায় ৪০ খন গাঁৱৰ লক্ষাধিক লোকে বহুবাৰ দাবী জনায় আহিছে যদিও বৰ্তমানেও উক্ত স্থানত নিৰ্মাণ হোৱা এখন পকী দলং ৷

জলজলী নদীৰ ওপৰত ড০ এ পি জে আব্দুল কালাম সেতু

অৱশেষত অঞ্চলবাসী উপায়ন্তৰ হৈ ছাইদুৰ ৰহমানৰ সহযোগত বৰপেটাৰ কালাইৰদিয়া,মাজৰচৰ আৰু নগৰবেৰাৰ একাংশ যুৱকে নিৰ্মাণ কৰি উলিয়ালে এই বৃহৎ বাঁহ-কাঠৰ দলঙখন ৷ ৫ লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা দলংখন শনিবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে কালাইৰদিয়া গাঁৱৰ সমাজকৰ্মী নুৰ মহম্মদ আলীয়ে। ইফালে,দক্ষিণ বৰপেটা আৰু নগৰবেৰাক সংযোগ কৰি নিৰ্মাণ কৰা বাঁহ-কাঠৰ দলঙখনক লৈ উৎফুল্লিত হৈ পৰে অঞ্চলবাসী ৷ অঞ্চলবাসীৰ মত,দীৰ্ঘদিনে যাতায়তৰ বাবে যন্ত্ৰণা ভুগি অহা অঞ্চলবাসী এতিয়া যাতায়তৰ ক্ষেত্ৰত বহুখিনিয়ে সকাহ পাব ৷

লগতে চাওকঃজনজাতি সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

Intro:
Anchor : বৰপেটা কামৰূপক সংযোগ কৰিবলৈ নিৰ্মাণ কৰা হল ৬০০ ফুট দৈৰ্ঘৰ এখন বাহ-কাঠৰ দলং। নাম দিয়া হল ড০ এ পি জে আবুল কালাম সেতু। স্বাধীনতাৰ ৭২ বছৰ পিছত জলজলী নদীৰ ওপৰত এই বাহ-কাঠৰ দলঙখন পাই সন্তুষ্ট দক্ষিণ বৰপেটাৰ লক্ষাধিক লোক।ছাইদুৰ ৰহমান সহ কেইজনমান যুৱকৰ প্ৰচেষ্টাত গড়ি উঠিল এক বৃহৎ বাঁহ কাঠৰ দলং।চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।Body:as_gol_23nov_802_dr_apj_abdul_kalam_setu_vis+byte+photo_7203844.

Anchor : বৰপেটা কামৰূপক সংযোগ কৰিবলৈ নিৰ্মাণ কৰা হল ৬০০ ফুট দৈৰ্ঘৰ এখন বাহ-কাঠৰ দলং। নাম দিয়া হল ড০ এ পি জে আবুল কালাম সেতু। স্বাধীনতাৰ ৭২ বছৰ পিছত জলজলী নদীৰ ওপৰত এই বাহ-কাঠৰ দলঙখন পাই সন্তুষ্ট দক্ষিণ বৰপেটাৰ লক্ষাধিক লোক।ছাইদুৰ ৰহমান সহ কেইজনমান যুৱকৰ প্ৰচেষ্টাত গড়ি উঠিল এক বৃহৎ বাঁহ কাঠৰ দলং।চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

V. O : জলজলী নদীৰ ওপৰত নিৰ্মাণ কৰা হল ৬০০ ফুট দৈৰ্ঘৰ এখন বাহ-কাঠৰ দলং। নাম দিয়া হৈছে ড০ এ পি জে আবুল কালাম সেতু। নামনি অসমৰ সৰ্ববৃহৎ এই সেতু খনে স্বাধীনতাৰ ৭২ বছৰ পিছত সংযোগ কৰিলে দক্ষিণ বৰপেটা আৰু কামৰূপ জিলাক। প্ৰায় ২০ বছৰ ধৰি উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ দাবী কৰি আহিছে বৰপেটা জিলাৰ প্ৰায় ৪০ খন গাঁওৰ লক্ষাধিক লোকে। দলং নিৰ্মাণৰ পৰিৱৰ্তে কেৱল আভুৱা ভাৰিলে ৰাজনৈতিক নেতা সকলে। অৱশেষত ছাইদূৰ ৰহমানৰ সহযোগত বৰপেটাৰ কালাইৰদিয়া, মাজৰচৰ আৰু নগৰবেৰাৰ একাংশ যুৱকে নিৰ্মাণ কৰি উলিয়ালে এই বৃহৎ বাহ-কাঠৰ দলঙখন। প্ৰায় ৫ লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা দলঙখন আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে কালাইৰদিয়া গাঁওৰ সমাজ কৰ্মী নুৰ মহম্মদ আলীয়ে। উপস্থিত থাকে অন্যান্য কেবাজন লোক।

V. O : দক্ষিণ বৰপেটা আৰু নগৰবেৰাক সংযোগ কৰি নিৰ্মাণ কৰা বাহ-কাঠৰ দলঙখনক লৈ উৎফুল্লিত অঞ্চলবাসী। দলঙখনে যাতায়তৰ ক্ষেত্ৰত এক বিশেষ পৰিৱৰ্তন আনিব অঞ্চলটোত।শ শ ছাত্ৰ ছাত্ৰী, ৰোগী, ব্যৱসায়ী আৰু সৰ্বসাধাৰণৰ লোকে যাতায়াতৰ ক্ষেত্ৰত সকাহ পোৱাটো নিশ্চিত। শীঘ্ৰে উক্ত স্থানত বৰপেটা কামৰূপক সংযোগ কৰি এখন পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে।

Byte : যাত্ৰী / স্থানীয় ব্যক্তি।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপোৰ্ট, ই টিভি ভাৰত অসম।Conclusion:Byte : যাত্ৰী / স্থানীয় ব্যক্তি।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপোৰ্ট, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.