ETV Bharat / state

বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধনী অনুষ্ঠানত DGP ভাস্কৰ জ্যোতি মহন্ত - Special Juvenile Police Unit

গোৱালপাৰাত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত(DGP Bhaskar Jyoti Mahanta in Goalpara) । অসম আৰক্ষীৰ প্ৰতিখন থানাৰ বাবে শক্তিশালীৰূপত বিশেষ শিশু আৰক্ষী গোটৰ প্ৰতীকীৰূপত শুভ উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(Special Juvenile Police Unit) ।

dgp bhaskar jyoti mahanta at inauguration ceremony in goalpara
বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধনী অনুষ্ঠানত DGP ভাস্কৰ জ্যোতি মহন্ত
author img

By

Published : Jun 30, 2022, 6:40 PM IST

গোৱালপাৰা,৩০ জুন: বৃহস্পতিবাৰে গোৱালপাৰাৰ নটসূৰ্য ফণী শৰ্মা ভৱনত আয়োজিত এক অনুষ্ঠানত অসম আৰক্ষীৰ প্ৰতিখন থানাৰ বাবে শক্তিশালী বিশেষ শিশু আৰক্ষী গোটৰ (Special Juvenile Police Unit) প্ৰতিকীৰূপত শুভ উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskar Jyoti Mahanta in Goalpara ) । বন্তি প্ৰজ্বলনৰ অন্তত প্ৰতীকীৰূপত DGP ভাস্কৰজ্যোতি মহন্তই শক্তিশালী বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধন কৰে ।

বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধনী অনুষ্ঠানত DGP ভাস্কৰ জ্যোতি মহন্ত

ইয়াৰ পাছতে তেঁও ভাষণ প্ৰসংগত শিশু নিৰ্যাতনৰ ঘটনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ তালিকাখনত অসমৰ স্থান সন্তোষজনক নহয় বুলি উল্লেখ কৰে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বৰ ভাল পোৱা নাই বুলিও উল্লেখ কৰে । গতিকে অসম আৰক্ষীৰ এই শক্তিশালী বিশেষ শিশু আৰক্ষী গোটৰ জৰিয়তে প্ৰতিখন থানাই অহা ডিচেম্বৰ মাহৰ ভিতৰত বিশ শতাংশ শিশু নিৰ্যাতনৰ গোচৰ নিষ্পত্তি কৰিব লাগিব বুলি নিৰ্দেশনা দিয়ে ।

লগতে পঢ়ক: নামনি অসমৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা: আঙুলি উঠিছে ভূটানৰ ফালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.