গোৱালপাৰা, 26 নৱেম্বৰঃ বৃহস্পতিবাৰে গোৱালপাৰা ১৫২ নং চিআৰপিএফ কেম্পত সংবিধান দিৱস কাৰ্যসূচী পালন কৰা হয় । এক বৃহৎ সংখ্যক সেনা জোৱান একেটা গৃহত উপস্থিত থাকি সৰ্বপ্ৰথমে দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰপতি ভাষণ সমাৰোহৰ দৃশ্য উপভোগ কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বেটেলিয়ানৰ মুখ্য কমাণ্ডেণ্ট শ্ৰীদেৱ কুমাৰ মিশ্ৰ আৰু সহযোগী বিষয়াসকল ।
লগতে পঢ়কঃ বানবিধস্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলে