ETV Bharat / state

গোৱালপাৰাত অটল বৃদ্ধা আশ্ৰম ভৱনৰ আধাৰশিলা স্থাপন - মন্ত্ৰী ভবেশ কলিতা

ৰাজীৱ গান্ধী বিকাশ মঞ্চ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ ভূমিত স্থাপন কৰা হয় অটল বৃদ্ধা আশ্ৰম ভৱনৰ আধাৰশিলাৰ ৷

গোৱালপাৰাত অটল বৃদ্ধা আশ্ৰম ভৱনৰ আধাৰশিলা স্থাপন
author img

By

Published : Jun 25, 2019, 7:26 PM IST

গোৱালপাৰা,২৫ জুনঃ গোৱালপাৰাত ৰাজহ মন্ত্ৰী তথা ভবেশ কলিতাই অটল বৃদ্ধা আশ্ৰম ভৱনৰ আধাৰশিলা স্থাপন কৰে। ৰাজীৱ গান্ধী বিকাশ মঞ্চ নামৰ NGOৰ ভূমিত এই আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ভবেশ কলিতাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি আধাৰশিলা স্থাপনৰ পূৰ্বে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে ।

গোৱালপাৰাত অটল বৃদ্ধা আশ্ৰম ভৱনৰ আধাৰশিলা স্থাপন

ইয়াৰ পিচতে গোৱালপাৰাত মন্ত্ৰী কলিতাই পুৰণি আৱৰ্ত ভৱনত দলীয় নেতা কৰ্মী আৰু চৰকাৰী বিষয়াৰে মিলিত হয় । ইয়াৰ পিছতে অটল বৃদ্ধা আশ্ৰম ভৱনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে আন এটা বাতৰি- ভক্তৰ মাজত খাদ্য বিতৰণ দিছপুৰৰ বিধায়ক অতুল বৰাৰ

Anchor :- গোৱালপাৰাত ৰাজহ মন্ত্রী ভবেশ কলিতা।ৰাজীৱগান্ধী বিকাশ মঞ্চ নামৰ NGO ৰ অটল বৃদ্ধা আশ্ৰম ভৱনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ভবেশ কলিতাই।চহৰ খনৰ বিওচিৰ ৰাজীৱগান্ধী বিকাশ মঞ্চৰ ভূমিত এই আধাৰশিলা স্থাপন কৰে।এই আধাৰশিলা স্থাপনৰ পূৰ্বে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰপনৰ অন্তত শিলান্যাশৰ ফলক উদ্বোধন কৰে মন্ত্ৰী কলিতাই।গোৱালপাৰাত পদাৰ্পণ কৰিয়ে পুৰণি আৱৰ্ত ভৱনত দলীয় নেতা কৰ্মী আৰু চৰকাৰী বিষয়াৰে মিলিত হয় মন্ত্ৰী কলিতা।ইয়াৰ পিছতে অটল বৃদ্ধা আশ্ৰম ভৱনৰ আধাৰশিলা স্থাপন কৰে।

জাহিদুল ইছলাম,গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.