ETV Bharat / state

ধুমুহাত বিস্তৰ ক্ষতিসাধন গোৱালপাৰা

প্ৰকাণ্ড গছ উভালি পৰাত ব্যাহত হৈছে পৰিবহণ ব্যৱস্থা, একেদৰে ব্যাহত হৈছে সমগ্ৰ গোৱালপাৰাৰ বিজুলী সংযোগো ৷

ধুমুহাত বিস্তৰ ক্ষতি সাধন গোৱালপাৰা
author img

By

Published : May 18, 2019, 7:31 PM IST

গোৱালপাৰা, ১৮ মেঃ গোৱালপাৰাত নিশা অহা ধুমুহাত বিস্তৰ ক্ষতি সাধন। ধুমুহাত ঘৰ-দুৱাৰৰ লগতে বহু পোহনীয়া জীৱ-জন্তৰ ক্ষতি। নিশা অহা ধুমুহাই সমগ্ৰ গোৱালপাৰাকে ধৰি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। এই ধুমুহাত ঘৰ-দুৱাৰ উৰুৱাই নিয়াৰ লগতে প্ৰকাণ্ড প্ৰকাণ্ড গছ গছনি উভালি পৰে, আনকি বিজুলী খুটাও উভালি পৰাৰ লগতে চিগি পৰে বিদ্যুতৰ তাঁৰসমূহ। বিজুলী খুঁটা উভালি পৰাত ব্যাহত হৈছে সমগ্ৰ গোৱালপাৰাত বিজুলী সংযোগ। ধুমুহাত ৰাজপথত প্ৰকাণ্ড গছ-গছনি উভালি পৰাত ব্যাহত হৈ পৰে সমগ্ৰ গোৱালপাৰাৰ পৰিবহণ ব্যৱস্থা ।

ধুমুহাত বিস্তৰ ক্ষতি সাধন গোৱালপাৰা

লগতে আন এটা বাতৰি - প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণৰ শোচনীয় ৰূপ

Slug, Goalpara Heavy Storm & Huge Damage..

 Anchor :- নিশা গোৱালপাৰাৰ ভিন্ন স্থান জোকাৰি যায় কাল ধুমুহাই। বৰদৈচিলাৰ এই তাণ্ডৱত তচনচ হয় বহু ঘৰ দুৱাৰ। উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ গছনি। ছিঙি পৰে বিদ্যুতৰ তাঁৰ। এক কথাত কাল বৰদৈচিলাই মহটিয়াই থৈ গল গোৱালপাৰাৰ ভিন্ন অঞ্চল।

V. O : নিশাৰ এই কাল ধুমুহাত বিস্তৰ ক্ষতি হয় বিভিন্ন জনৰ ঘৰদুৱাৰ । ঘৰৰ টিনপাত খহাই পেলায় অন্য স্থানত।ৰাইজৰ ব্যাপক ক্ষতি । ধুমুহাত  বিজুলী খুটা উভালি পৰাত  ব্যাহত হয় বিজুলী সংযোগ। এনে পৰিস্থিতিত ৰাইজে দুঃচিন্তাত পৰিছে। 

NB:-Visual ৰাতিপুৱা লোৱা হৈছিল, বিজুলী নথকাত মোবাইল চার্জ নাছিল, এতিয়া হে দিব পাৰিলো।
                        গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.