ETV Bharat / state

গোৱালপাৰাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী - নতুন শিক্ষা নীতি

গোৱালপাৰা জিলা সমাজ কল্যান বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে ৷ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ ৷

as_gol_01_goalpara_protest_img_as10022
গোৱালপাৰাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী
author img

By

Published : Nov 21, 2020, 9:55 PM IST

গোৱালপাৰা, 21 নৱেম্বৰ : গোৱালপাৰা জিলাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী ৷ জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী শ্ল'গানেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে ৷ দীৰ্ঘদিনীয়া দাবী পূৰণৰ লগতে নতুন শিক্ষা নীতিৰ নামত কৰা প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷ অংগনবাড়ী কৰ্মী-সহায়িকা সকলৰ অভিযোগ অনুসৰি নতুন শিক্ষা নীতিৰ নামত অংগনবাড়ী কৰ্মচাৰী সকলক গুৰুত্বহীন কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে ৷

as_gol_01_goalpara_protest_img_as10022
গোৱালপাৰাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

কৰ্মী-সহায়িকা সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, নূন্যতম 21 হাজাৰ টকা দৰমহা প্ৰদান কৰা, এককালীন সাহাৰ্য প্ৰদান কৰি অৱসৰ প্ৰদান কৰা কাৰ্য বন্ধ কৰা আৰু অৱসৰ কালীন সুবিধাৰ ব্যৱস্থা কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি কৰ্মী-সহায়িকা সকলে নিৰ্বাচনৰ আগত এই দাবীসমূহ পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কৰ্মী-সহায়িকা সকলে ৷

লগতে পঢ়ক : 26 টা পথৰ আধাৰশিলা স্থাপনেৰে অভিলেখ মৃণাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.