ETV Bharat / state

ডিমা হাছাওত উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - উগ্ৰপন্থী

ডিমা হাছাওত ৩ জন ডি এন এল এ উগ্ৰপন্থীৰ লিংমেন আটক ৷ আৰক্ষী আৰু অসম ৰাইফেলছৰ যুটীয়া অভিযানত আটক হয় লিংকমেন কেইজন ৷

ডিমা হাছাওত ডি এন এল এ উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
author img

By

Published : Aug 10, 2019, 9:08 PM IST

  • ডিমা হাছাওত ৩ জন ডি এন এল এ উগ্ৰপন্থীৰ লিংকমেন আটক
  • আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত আটক হয়
    etv bharat Assam
    ডিমা হাছাওত উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
  • হাজাদিছা আৰু গুণজুঙ গাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে
  • ধৃত লিংমেন কেইজনৰ নাম মনচোন লাংথাচা, লাগাপো আৰু ৰেমত কেম্প্ৰাই
  • ইতিমধ্যে অধিক তথ্যৰ বাবে কেডাৰ কেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে

Intro:ডিমা হাছাও ১০ আগষ্ট: ডিমা হাছাও আৰক্ষী আৰু অসম ৰাইফেলছৰ যুটীয়া অভিযানত ডিমাছা ন্যাচনাল আৰ্মি চমুকৈ ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ ৩ জন লিংকম্যানক কৰায়ত্ত কৰা হয় হাজাদিছা আৰু গুণজুঙৰ পৰা। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ডিমা হাছাও আৰক্ষী যোৱাকালি ৰাতি হাজাদিছা আৰু গুণজুঙত অভিযান চলাই উগ্ৰপন্থী সংগঠনৰ তিনিজন লিংকম্যানক কৰায়ত্ত কৰে।Body:আৰক্ষী আৰু অসম ৰাইফেলছৰ যুটীয়া অভিযানত কৰায়ত্ত তিন লিংকম্যান হৈছে মনচোন লাংথাচা ডিটেছ ডাওলাগাপো ওৰফে আটেছ ওৰফে দাওখো আৰু ৰেমত কেম্প্ৰাই। মনচোন লাংথাচা আৰু ডিটেছ লাংথাচা ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ সদস্য ভৰ্তিত জড়িত। আৰু ৰেমত কেম্প্ৰাই উগ্ৰপন্থী সংগঠনক অস্ত্ৰ সৰবৰাহ কৰি থাকে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।Conclusion:ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টি- য়ে আজি কয় ইতিমধ্যে ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ অভাৰ গ্ৰাউণ্ডত কাম কৰা বহু কেইজন সদস্যক কৰায়ত্ত কৰি ৰঙাঘৰত পঠোৱা হৈছে। এতিয়া ডিমা হাছাও জিলাত উগ্ৰপন্থী সংগঠনৰ হৈ কাম কৰা লিংকম্যানক শীঘ্ৰেই কৰায়ত্ত কৰা হব বুলি জনায় আৰক্ষী অধীক্ষকে কয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.