ETV Bharat / state

ডিমা হাছাওত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

ডিমা হাছাওত কংগ্ৰেছ দলত অব্যাহত খহনীয়া ৷ জিলাখনৰ লাংটিঙত কংগ্ৰেছ দল ত্যাগ কৰি শতাধিক নেতা কৰ্মীৰ বিজেপিত যোগদান ।

author img

By

Published : Oct 20, 2020, 9:24 PM IST

some congress worker joins bjp in dima hasao assam etv bharat news
কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

ডিমা হাছাও,20 অক্টোবৰ: মঙলবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিত কংগ্ৰেছ দল ত্যাগ কৰি শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে যোগদান কৰে বিজেপি দলত । লাংটিঙস্থিত জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেন আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোচাৰ উপস্থিতিত কংগ্ৰেছ ত্যাগ কৰি শতাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে গেৰুৱা দলটোত ৷ অনুষ্ঠানৰ পূৰ্বে লাংটিঙত নগৰ সমিতিৰ এক নতুন ভৱনৰ উদ্বোধন কৰে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ৷

লগতে চাওকঃ ১৩ নৱেম্বৰলৈ বন্ধ থাকিব অসমৰ ছবিগৃহসমূহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.