ETV Bharat / state

হাফলংত গ্ৰেপ্তাৰ তীৰ ব্যৱসায়ী - হাফলং আৰক্ষী

হাফলং চহৰত এক অভিযান চলাই বুধবাৰে সাতজনকৈ অবৈধ তীৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰে হাফলং আৰক্ষীয়ে । দীৰ্ঘদিনৰ পৰা হাফলং চহৰত এটা দুষ্টচক্ৰই অবৈধভাৱে তীৰ আৰু জুৱাৰ ব্যবসায় চলাই আহিছিল ।

হাফলংত গ্ৰেপ্তাৰ তিৰ ব্যৱসায়ী
author img

By

Published : Aug 29, 2019, 8:09 AM IST

Updated : Aug 29, 2019, 8:15 AM IST

ডিমা হাছাও,29 আগষ্টঃ

  • বুধবাৰে গোপন সূত্ৰৰ পমখেদি হাফলং আৰক্ষীয়ে চলোৱা এক অভিযানত দীৰ্ঘদিনৰ পৰা তীৰৰ ব্যৱসায় চলাই থকা সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৷
  • ব্যক্তিকেইজনক চহৰৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
  • গ্ৰেপ্তাৰ হোৱা সাতজন ব্যক্তি হল ক্ৰমে এৰাইয়া চদেপ,অমৰ চাহ,বিক্ৰম দাস,ৰোনাল্ড মাৰ,শিৱম দেৱনাথ,ৰাজু দাস আৰু প্ৰকাশ ৰাই ৷
  • আটকাধীন অভিযুক্তকেইজনক দণ্ডাধীশৰ আগত হাজিৰ কৰোৱা পাছত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

Intro:ডিমা হাছাও ২৮ আগষ্ট: হাফলং চহৰত এক অভিযান চলাই আজি সাত জন অবৈধ তিৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰে হাফলং আৰক্ষী। দীৰ্ঘদিনৰ পৰা হাফলং চহৰত এটা দুষ্টচক্ৰই অবৈধ ভাৱে তিৰ আৰু যোৱাৰ ব্যবসা চলাই আছিল। ইয়াৰ ফলত হাফলং চহৰত অসমাজিক কাৰ্যকলাপ বৃদ্ধি পাইছিল।Body:আজি গোপন সূত্ৰই খবৰ পাই হাফলং আৰক্ষীয়ে এক অভিযানত নামি যোৱা আৰু অবৈধ ভাৱে তিৰৰ ব্যবসা চলাই যোৱা সাত জন ব্যক্তিক চহৰৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা সাত জন ব্যক্তি হল এৰাইয়া চদেপ,অমৰ চাহ,বিক্ৰম দাস,ৰোনাল্ড মাৰ,শিৱম দেৱনাথ,ৰাজু দাস,প্ৰকাশ ৰাই। Conclusion:ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে জনায় গ্ৰেপ্তাৰ হোৱা সাত জন ব্যক্তিক আজি আদালতত তোলাৰ পিছত বিচাৰ বিভাগীয় হেপাজতত পঠাই দিয়া হল।
Last Updated : Aug 29, 2019, 8:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.