ETV Bharat / state

ডিমা হাচাওত নিৰ্বাচনৰ কামত গৃহৰক্ষী বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Mar 29, 2021, 7:40 PM IST

নিৰ্বাচনৰ কামৰ বাবে 32 গৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানক লৈ লখিমপুৰৰ পৰা হাইলাকান্দিলৈ বাছখন ৰাওনা হৈছিল ৷ কিন্তু দুপৰীয়া প্ৰায় এক বজাত ডিটেকচৰা আৰু বান্দৰখালৰ ওচৰত ব্ৰেকফেইল হৈ পথৰ কাষত বাছখন বাগৰি পৰে ৷

ডিমা হাচাওত নিৰ্বাচনৰ বাবে গৃহৰক্ষীৰ জোৱান কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত
Road accident in Dima hasao

ডিমা হাছাও, 29 মাৰ্চ : ডিমা হাছাও জিলাত সোমবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে গৃহৰক্ষী বাহিনীৰ জোৱান কঢ়িয়াই নিয়া এখন বাছ । হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমা হাছাও আৰু কাছাৰ জিলাৰ সীমান্ত ডিটেকচৰা আৰু বান্দৰখালৰ ওচৰত নিয়ন্ত্ৰম হেৰুৱাই বাছখন বাগৰি পৰে ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় বাছখনৰ চালক ।

ডিমা হাচাওত নিৰ্বাচনৰ বাবে গৃহৰক্ষীৰ জোৱান কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত

নিৰ্বাচনৰ কামৰ বাবে 32 গৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানক লৈ লখিমপুৰৰ পৰা হাইলাকান্দিলৈ বাছখন ৰাওনা হৈছিল ৷ কিন্তু দুপৰীয়া প্ৰায় এক বজাত ডিটেকচৰা আৰু বান্দৰখালৰ ওচৰত ব্ৰেকফেইল হৈ পথৰ কাষত বাছখন বাগৰি পৰে ৷ দুৰ্ঘটনাত আটাইকেইগৰাকী জোৱান আহত হয় যদিও 15 জনৰ গুৰুতৰভাবে আহত হোৱা বুলি জানিব পৰা হৈছে । আহত জোৱানসকল হাৰেংগাজাও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক : লুৰিণজ্যোতিৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'লে আছুৰ উপদেষ্টাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.