ETV Bharat / state

চোৰাং কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ - উমৰাংচো পাণিমুৰ

ডিমা হাছাও জিলাৰ উমৰাংচো পাণিমুৰৰ জংঘলৰ পৰা চাৰি লাখ টকাৰ চোৰাং কাঠ জব্দ কৰে বনবিভাগে ৷ দুখন কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ

চোৰাং কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ
author img

By

Published : Aug 30, 2019, 2:03 PM IST

ডিমা হাছাও, 30 আগষ্টঃ ডিমা হাছাও জিলাৰ উমৰাংচো পাণিমুৰৰ জংঘলৰ পৰা চাৰি লাখ টকাৰ চোৰাং কাঠ জব্দ কৰে বনবিভাগে ৷ শুকুৰবাৰে পুৱতি নিশা পাণিমুৰ ৰেঞ্জৰ ৰেঞ্জাৰ জনঞ্জয় হাফলংবাৰে অভিযান চলাই দুখন কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে,কোনো অবৈধ ব্যৱসায়ীয়ে গছ কাটি জিলাখনৰ পৰা বাহিৰলৈ সৰবৰাহ কৰিবলৈ প্ৰস্তুতি চলাই আছিল ৷ কিন্তু আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি দুস্কৃতিকাৰী পলাই যাবলৈ সক্ষম হয় ৷

Intro:ডিমা হাছাও ৩০ আগষ্ট: ডিমা হাছাও জিলাৰ শিল্প নগৰী হিচাবে পৰিচিত উমৰাংচো পাণিমুৰ ৰেঞ্জৰ পৰা চাৰি লাখ টকাৰ চোৰাং কাঠ জব্দ কৰে বনবিভাগ। যোৱাকালি ৰাতিপুয়া পাণিমুৰ ৰেঞ্জৰ পৰা বন আৰক্ষীয়ে কাঠ ভৰ্তি দুখন ট্ৰেক্টৰৰ আটক কৰে। Body:পাণিমুৰ ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ জনঞ্জয় হাফলংবাৰে জনায়। পাণিমুৰ ৰেঞ্জত কিছু দুস্কৃতিকাৰীয়ে গছ কাটি জিলাৰ বাহিৰত লৈ যোৱাৰ সময়ত বন আৰক্ষীয়ে পাণিমুৰৰ জঙ্গলত কাঠ ভৰ্তি এ এছ ০২ বি চি ৮১৬৭ নম্বৰৰ দুখন ট্ৰেক্টৰ আটক কৰিবলৈ সক্ষম হলে ও ঘন জঙ্গলৰ সুযোগ লৈ চোৰাং কাঠ লৈ যোৱা দুস্কৃতিকাৰী পলাই যাব লৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ৰেঞ্জ অফিচাৰ জনঞ্জয় হাফলংবাৰে।Conclusion:পাণিমুৰ ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ হাফলংবাৰে আৰু কয় ডিমা হাছাও জিলাত গছ কটা অবৈধ কাঠৰ মিল বন্ধ কৰাৰ নিৰ্দেশ দিছে বনবিভাগক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ সিইএম দেৱলাল গাৰ্লচাই। সিইএমৰ নিৰ্দেশৰ পিছত বনবিভাগ গছ কটা বন্ধ কৰা আৰু অবৈধ ভাৱে ডিমা হাছাও জিলাৰ পৰা চোৰাং কাঠ কোন দুস্কৃতিকাৰীয়ে বাহিৰত লৈ যাব নোৱাৰে এই লৈ বনবিভাগ তৎপৰ হৈ উঠিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.