ETV Bharat / state

উত্তৰ প্ৰদেশৰ পৰা আটক ডি এন এল এ-ৰ লিংকমেন

ডিমা হাছাও আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ সুলতানপুৰৰ পৰা আটক কৰে লিংকমেনজনক

উত্তৰ প্ৰদেশৰ পৰা আটক ডি এন এল এ-ৰ লিংকমেন
author img

By

Published : Aug 1, 2019, 3:07 AM IST

ডিমা হাছাও, 1 আগষ্ট : উত্তৰ প্ৰদেশৰ পৰা কৰায়ত্ত ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি চমুকৈ ডি এন এল এ-ৰ এজন লিংকমেন ৷ ডিমা হাছাও আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ সুলতানপুৰৰ পৰা আটক কৰে নুনিসোন নুনিছা নামৰ ডি এন এল এ-ৰ লিংকমেনজনক ৷ নুনিসোন নুনিছা ডি এন এল এৰ সদস্য ভৰ্তি কামত জড়িত থকা বুলি উল্লেখ কৰে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে । নুনিসোনৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰত । লিংকমেন জনৰ পৰা মোবাইল আৰু লেপটপ জব্দ কৰে। উত্তৰ প্ৰদেশৰ পৰা কৰায়ত্ত ডি এন এল-ৰ লিংকমেন জনক হাফলঙলৈ লৈ অহা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ।

Intro:ডিমা হাছাও ৩১ জুলাই: ডিমাছা ন্যাশনাল লিবোৰেচন আৰ্মি চমুকৈ ডি এন এল এ-ৰ এজন লিংকম্যানক উত্তৰ প্ৰদেশৰ পৰা কৰায়ত্ত কৰে ডিমা হাছাও আৰক্ষীয়ে। যোৱা কালি উত্তৰ প্ৰদেশৰ সুলতানপুৰৰ পৰা মাইবাং মহকুমাৰ এছ ডি পি ও পদ্মনাভ বৰুয়া অভিযান চলাই নুনিসোন নুনিছা নামৰ ডি এন এল এ-ৰ লিংকম্যান জনক কৰায়ত্ত কৰবি লৈ সক্ষম হয়।Body:ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে জানিবলৈ দিয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাইবাং মহকুমাৰ এছ ডি পি ও-ৰ নেতৃত্বত ডিমা হাছাও আৰক্ষীয়ে অভিযান চলাই লিংকম্যান জনক কৰায়ত্ত কৰে।Conclusion:আৰক্ষী অধীক্ষককে আৰু জানিব লৈ দিয়ে নুনিসোন নুনিছা ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ সদস্য ভৰ্তি কামত জড়িত আছিল। নুনিসোণৰ মূল ঘৰ হৈছে নাগালেণ্ডৰ ডিমাপুৰত। লিংকম্যান জনৰ পৰা মোবাইল ল্যাপটপ জব্দ কৰে। উত্তৰ প্ৰদেশৰ পৰা কৰায়ত্ত ডি এন এল-ৰ লিংকম্যান জনক হাফলং লৈ অহা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে আজি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.