ETV Bharat / state

নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু ডিমা হাছাও জিলা প্ৰশাসন

author img

By

Published : Feb 27, 2021, 9:33 PM IST

নিৰ্বাচন বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ডিমা হাছাও জিলা প্ৰশাসন। এই সন্দৰ্ভত শনিবাৰে বিয়লি 5 বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত জিলা উপায়ুক্ত পল বৰুৱাই এক সংবাদমেল সম্বোধন কৰে ৷

Dima Hasao District Administration completely ready for elections
নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু ডিমা হাছাও জিলা প্ৰশাসন

ডিমা হাছাও, 27 ফেব্ৰুৱাৰী: স্বচ্ছ আৰু নিকা নিৰ্বাচন বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ডিমা হাছাও জিলা প্ৰশাসন। এই সন্দৰ্ভত শনিবাৰে বিয়লি 5 বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত জিলা উপায়ুক্ত পল বৰুৱাই এক সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেল জিলা উপায়ুক্ত গৰাকীয়ে কয়, দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ 39 খন সমষ্টিৰ মাজত হাফলং উপজাতি সংৰক্ষিত সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । অহা 5 মাৰ্চত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হব। 12 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন, মনোনয়ন পত্ৰ পৰীক্ষা কৰি প্ৰাৰ্থীত্ব ঘোষণা কৰা হ'ব 15 মাৰ্চত আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন 17 মাৰ্চ। লগতে নিৰাপত্তাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক:পাকিস্তান জিন্দবাদ ধ্বনি দিয়া লোকৰ ভোট নালাগে বিজেপিক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.