ETV Bharat / state

ডিমাছা ছাত্ৰ সংস্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান - FELICITATION

সম্বৰ্ধনা অনুষ্ঠানত জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই পঢ়া শুনাৰ বাবে ছাত্ৰ-ছাত্ৰীক অধিক মনোযোগ দিবলৈ আহ্বান জনায় । তাৰোপৰি এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ দায়িত্ব প্ৰাপ্ত ই এম নন্দিতা গাৰ্লোছা ।

ডিমাছা ছাত্ৰ সংস্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান
author img

By

Published : Jun 14, 2019, 8:53 PM IST

ডিমা হাছাও, ১৪ জুনঃ হাফলঙত ডিমাছা ছাত্ৰ সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান । হাইস্কুল আৰু উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ।

ডিমাছা ছাত্ৰ সংস্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

হাফলং সাংস্কৃতিক ভৱনত হাইস্কুল আৰু উচ্চ মাধ্যমিকৰ কলা,বাণিজ্য আৰু বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায় । এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ দায়িত্ব প্ৰাপ্ত ইএম নন্দিতা গাৰ্লোছাৰ লগতে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা।

লগতে আন এটা বাতৰি- বড়ো লেখিকালৈ লাৱণ্য হাজৰিকা সোঁৱৰণী আদৰ্শ মাতৃ বঁটা

Intro:ডিমা হাছাও ১৪ জুন: হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু উচ্চ মাধ্যমিক উত্তীৰ্ণ কৃতি ছাত্ৰছাত্ৰীক সম্বৰ্ধনা ডিমাছা ছাত্ৰ সংস্থাৰ। আজি হাফলং সাংস্কৃতিক ভৱনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ডিমা হাছাও জিলাৰ সেরা দহত স্থান কৰা কৃতি ছাত্ৰছাত্ৰীক ডিমাছা ছাত্ৰ সংগস্থাৰ পৰা সম্বৰ্ধনা জনোৱা হয়।Body:ইপিনে ইয়াৰ লগতে উচ্চমাধ্যমিকৰ কলা বাণিজ্য ও বিজ্ঞান শাখাত জিলাত সেরা দহত স্থান কৰা ছাত্ৰছাত্ৰীক ও সম্বৰ্ধণা জনোৱা হয় ডিমাছা ছাত্ৰ সংস্থাৰ তৰফৰ পৰা। সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য সায়ত্ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ দায়িত্ব প্ৰাপ্ত ইএম নন্দিতা গাৰ্লছা ও ডিমা হাছাওৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোয়া।Conclusion:সম্বৰ্ধণা অনুষ্ঠানত উপস্থিত থাকি জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চমাধ্যমিকত জিলাৰ কৃতি ছাত্ৰছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি কয় ছাত্ৰছাৰী দেশৰ মূল মেৰুদণ্ড যাৰ ফলত লিখা পৰাৰ ক্ষেত্ৰত পাহৰি জিলাৰ ছাত্ৰছাত্ৰী আৰু মনযোগী হৈ অহা দিনত জিলাৰ নাম উজ্বল কৰিব পাৰে সেয়া আহ্বান জনায় জিলা উপায়ুক্তয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.