ETV Bharat / state

বুধবাৰৰ পৰা হাফলঙত অনিৰ্দিষ্টকাললৈ বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান - ব্যৱসায়ী প্ৰতিষ্ঠান

হাফলং নগৰ সমিতিৰ নিৰ্দেশনা জাৰি ৷ এই নিৰ্দেশনা অনুসৰি, বুধবাৰৰ পৰা হাফলঙত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হ’ব ৷

all-business-establishments-will-be-closed-indefinitely-in-haflong-from-wednesday
বুধবাৰৰ পৰা হাফলঙত অনিৰ্দিষ্টকাললৈ বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান
author img

By

Published : May 25, 2021, 1:30 PM IST

ডিমা হাছাও,25 মে’: বুধবাৰৰ পৰা বন্ধ হ’ব হাফলঙৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । ডিমা হাছাওত ক্ৰমাৎ কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই গ্ৰহণ কৰে এই সিদ্ধান্ত । বুধবাৰৰ পৰা পৰা হাফলং চহৰত সম্পূৰ্ণ লক ডাউন প্ৰযোজ্য হ’ব । ইয়াৰ উপৰি বুধবাৰৰ পৰা জিলাখনৰ আন আন এলেকাতো প্ৰযোজ্য হ’ব এই নিয়ম । এই সংক্ৰান্তত মঙলবাৰে হাফলং নগৰ সমিতিয়ে এক নিৰ্দেশনা জাৰি কৰে ।

all-business-establishments-will-be-closed-indefinitely-in-haflong-from-wednesday
বুধবাৰৰ পৰা হাফলঙত অনিৰ্দিষ্টকাললৈ বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান

নিৰ্দেশনা অনুসৰি বুধবাৰৰ পৰা হাফলঙৰ সকলো অত্যাৱশ্যকীয় সামগ্ৰী যেনে ফাৰ্মাচী, শাক-পাচলি, মাছ-মাংস, কণী দোকানৰ বাহিৰে আন সকলো ব্যৱসায়িক প্ৰতিষ্ঠান অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব । উল্লেখ্য যে, ডিমা হাছাওত কৰ'ণা পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে ৷ সম্প্ৰতি জিলাখনত 1,044 গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক: কলিয়াবৰত ক’ভিড আক্ৰান্তৰ সংখ্যা 969লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.