শিলচৰ, 26 আগষ্টঃ অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে প্ৰাক্তন ন্যায়াধীশ বি.কে শৰ্মাৰ তত্ত্বাৱধানত গঠন কৰা কমিটিত কোনো হিন্দু বঙালীৰ প্ৰতিনিধি নথকাত ক্ষুব্ধ হৈ পৰিছে All Assam Bengali Hindu Association চমুকৈ AABHA নামৰ হিন্দু বঙালী সংগঠন ৷ সোমবাৰে শিলচৰত এই সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৱে উক্ত কমিটিত হিন্দু বঙালীৰ প্ৰতিনিধি নাৰাখিলে অনাগত সময়ত জংগী প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে ৷
অসম চুক্তি থকা খিলঞ্জীয়া শব্দক লৈ সমস্যা হিন্দু বঙালীৰ - শিলচৰ
অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে প্ৰাক্তন ন্যায়াধীশ বি.কে শৰ্মাৰ তত্ত্বাৱধানত গঠন কৰা কমিটিত হিন্দু বঙালীৰ প্ৰতিনিধি নথকাত ক্ষুব্ধ All Assam Bengali Hindu Association চমুকৈ AABHA নামৰ হিন্দু বঙালী সংগঠন
অসম চুক্তি থকা খিলঞ্জীয়া শব্দক লৈ সমস্যা হিন্দু বঙালীৰ
শিলচৰ, 26 আগষ্টঃ অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে প্ৰাক্তন ন্যায়াধীশ বি.কে শৰ্মাৰ তত্ত্বাৱধানত গঠন কৰা কমিটিত কোনো হিন্দু বঙালীৰ প্ৰতিনিধি নথকাত ক্ষুব্ধ হৈ পৰিছে All Assam Bengali Hindu Association চমুকৈ AABHA নামৰ হিন্দু বঙালী সংগঠন ৷ সোমবাৰে শিলচৰত এই সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৱে উক্ত কমিটিত হিন্দু বঙালীৰ প্ৰতিনিধি নাৰাখিলে অনাগত সময়ত জংগী প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে ৷
Intro:Silchar Breaking
অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ ভাবে প্ৰাক্তন জৰ্জ B K Sharma ৰ তত্ত্বাৱধানত যি কমিটি গঠন কৰা হৈছে তাত কোনো বাঙালী হিন্দু প্ৰতিনিধি ন ৰাখায় ক্ষুদ্ধ হৈ উঠিছে All Assam Bengali Hindu Association (AABHA) নামৰ হিন্দু বাঙালী সংগঠন ৷ Body:Silchar Breaking
অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ ভাবে প্ৰাক্তন জৰ্জ B K Sharma ৰ তত্ত্বাৱধানত যি কমিটি গঠন কৰা হৈছে তাত কোনো বাঙালী হিন্দু প্ৰতিনিধি ন ৰাখায় ক্ষুদ্ধ হৈ উঠিছে All Assam Bengali Hindu Association (AABHA) নামৰ হিন্দু বাঙালী সংগঠন ৷ আজি শিলচৰত এখন সংবাদমেল কৰি সংগঠনৰ কৰ্মকৰ্তা সকলে কয় যে অসমৰ দ্বিতীয় বৃহৎ জনসংখ্যা হল হিন্দু বাঙালী ৷ আৰু অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ভাবে যি কমিটি গঠন কৰা হৈছে তাত ৰহস্যজনক ভাবে কোনো হিন্দু বাঙালী প্ৰতিনিধিক ৰখা নাই ৷ তেওঁ লোকে আৰু কয় যদি এই কমিটিত কোনো হিন্দু বাঙালীক ৰখা ন হয় তেনেহলে তেওঁ লোকে অসমত এক অন্যধৰণৰ আন্দোলন গড়ি তুলিব আৰু এয়াৰ ভাবে দায়ি থাকিব অসম সৰকাৰ ৷ BYTE ____Conclusion: কমিটিত কোনো হিন্দু বাঙালীক ৰখা ন হয় তেনেহলে তেওঁ লোকে অসমত এক অন্যধৰণৰ আন্দোলন গড়ি তুলিব আৰু এয়াৰ ভাবে দায়ি থাকিব অসম সৰকাৰ ৷ BYTE ____