ETV Bharat / state

ডিব্ৰুগড়ত বিস্ফোৰণস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ - ডিব্ৰুগড়

ডিব্ৰুগড়ৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জে পি সিঙে । গণৰাজ্য দিৱসৰ দিনা ডিব্ৰুগড়ৰ গ্ৰেহেমবজাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু মাৰোৱাৰীপট্টীৰ গুৰুদ্বাৰৰ সমীপৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে আৰক্ষী বিষয়া গৰাকীয়ে । ঘটনা সন্দৰ্ভত 8 জন লোকক আটক ডিব্ৰুগড় আৰক্ষীৰ ৷

visited bomb blast places by ADGP at Dibrugarh assam etv bharat news
ডিব্ৰুগড়ত বিস্ফোৰণস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ
author img

By

Published : Jan 27, 2020, 5:20 PM IST

ডিব্ৰুগড়,27 জানুৱাৰীঃ সোমবাৰে ডিব্ৰুগড়ৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জে পি সিঙে । গণৰাজ্য দিৱসৰ দিনা ডিব্ৰুগড়ৰ গ্ৰেহেমবজাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু মাৰোৱাৰীপট্টীৰ গুৰুদ্বাৰৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে আৰক্ষী বিষয়াগৰাকীয়ে ।

ডিব্ৰুগড়ত বিস্ফোৰণস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ

গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পূৰ্বে উজনি অসমৰ কেইবাটাও স্থানৰ লগতে ডিব্ৰুগড়তো দুটা স্থানত বিস্ফোৰণ সংঘটিত হৈছিল ৷ এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফাই(স্বা) । ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে বৰ্তমানলৈকে 8 জন লোকক আটক কৰা বুলি জানিবলৈ দিছে ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়াই ।

লগতে চাওকঃৰঙিয়াত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ

Intro:ডিব্ৰুগড়ৰ বোমা বিস্ফোৰণ স্থলি পৰিদৰ্শন কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জে পি সিংয়ে।ডিব্ৰুগড়ৰ গ্ৰেহেমবজাৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু ডিব্ৰুগড় মাৰোৱাৰীপট্টী গুৰুদ্বাৰৰ সমীপৰ বিস্ফোৰণ থলী পৰিদৰ্শন কৰে আৰক্ষী বিষয়া জনে।গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পূৰ্বে উজনিৰ কেইবাস্থানৰ লগতে ডিব্ৰুগড় চহৰতো দুটাকৈ স্থানত বোমা বিস্ফোৰণ সংঘটিত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল আলফা(স্বাধীনে)।ইপিনে ডিব্ৰুগড়ৰ আৰক্ষীয়ে বৰ্তমানলৈকে 8 জন লোকক ঘটনা সন্দৰ্ভত আতক কৰা বুলি জানিবলৈ দিছে ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শয়কীয়াই।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.