ETV Bharat / state

বালিজান আৰু বাচমতীয়া চাহ বাগিচাত প্ৰদান ক’ভিড টীকাকৰণ - Balijan

সোমবাৰে টেঙাখাতৰ বালিজান আৰু বাচমতীয়া চাহ বাগিচাৰ বিভিন্ন টীকাপ্ৰদান কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰাৰ লগতে বাগিচা দুখনৰ কৰ্মচাৰীৰ লগতে শ্ৰমিক সকলক স্বাস্থ্য বিভাগে প্ৰদান কৰে কাল কৰ’ণাৰ প্ৰতিশেধক ৷

বালিজান আৰু বাচমতীয়া চাহ বাগিচাত প্ৰদান ক’ভিড টীকাকৰণ

author img

By

Published : May 10, 2021, 10:09 AM IST

মৰাণ,10 মে’: সোমবাৰে টেঙাখাতৰ বালিজান আৰু বাচমতীয়া চাহ বাগিচাৰ বিভিন্ন টীকাপ্ৰদান কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে স্বাস্থ্য বিভাগে ৷ লগতে বাগিচা দুখনৰ কৰ্মচাৰীৰ লগতে শ্ৰমিক সকলকো প্ৰদান কৰে কাল কৰ’ণাৰ প্ৰতিশেধক ৷

ৰাজ্যত প্ৰতি মূহুৰ্ততে বৃদ্ধি পাইছে মহামাৰী কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ সম্প্ৰতি ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিড-19 প্ৰতিহত কৰাৰ উদ্দেশ্যে ক’ভিড প্ৰতিশেধক প্ৰদান কৰি আহিছে ৷ আনকি ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জিলাখনৰ চাহ বাগিচা অঞ্চল সমূহত ক'ভিড-১৯ টীকাকৰণ প্ৰদানৰ কাৰ্যসূচী হাতত লৈছে ৷

লগতে পঢ়ক: জটিল ৰোগত আক্ৰান্ত জোনাইৰ ধৈন্য পেগু

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.