ETV Bharat / state

চৰাইদেউ জিলাৰ নতুন উপায়ুক্ত বিনীতা পেগুক সম্বৰ্ধনা টাইপাৰ - চৰাইদেউ জিলাৰ নতুন উপায়ুক্ত

ক'ভিড পৰিস্থিতিৰ মাজতে চৰাইদেউ জিলাৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব ল’লে বিনীতা পেগুৱে । বিষয়া গৰাকীয়ে দায়িত্ব লোৱাৰ পাছতে উপায়ুক্ত কাৰ্যালয়ত আজি চৰাইদেউ জিলাৰ নতুন উপায়ুক্ত বিনীতা পেগুক সম্বৰ্ধনা জনায় টাই আহোম যুৱ পৰিষদয়ে ৷

typa greetings new deputy commissioner
চৰাইদেউ জিলাৰ নতুন উপায়ুক্ত বিনীতা পেগুক সম্বৰ্ধনা টাইপাৰ
author img

By

Published : May 31, 2021, 10:45 PM IST

মৰাণ, 31 মে': ক'ভিড পৰিস্থিতিৰ মাজতে চৰাইদেউ জিলাৰ নতুন উপায়ুক্ত হিচাপে দায়িত্ব ল’লে বিনীতা পেগুৱে । বিষয়া গৰাকীয়ে দায়িত্ব লোৱাৰ পাছতে উপায়ুক্ত কাৰ্যালয়ত আজি চৰাইদেউ জিলাৰ নতুন উপায়ুক্ত বিনীতা পেগুক সম্বৰ্ধনা জনায় টাই আহোম যুৱ পৰিষদে ৷

typa greetings new deputy commissioner
চৰাইদেউ জিলাৰ নতুন উপায়ুক্ত বিনীতা পেগুক সম্বৰ্ধনা টাইপাৰ

বিষয়া গৰাকীক সম্বৰ্ধনা জনোৱাৰ সময়ত টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, চৰাইদেউ জিলা সমিতিৰ যুটীয়া সম্পাদক নিলোৎপল গগৈৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷ ইফালে অনাগত দিনবোৰত চৰাইদেউ জিলাখনৰ সামগ্ৰীক উন্নয়নৰ হকে কাম কৰি যোৱাৰ বাবে জিলা প্ৰশাসনক সংগঠনটোৱে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক: আজিও কাৰ্যক্ষম নহ'ল বৰবালি সমীপৰ দৈয়াং নৈ জলসিঞ্চন আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.