ETV Bharat / state

কংগ্ৰেছ প্ৰাৰ্থীদ্বয় মনোজ ধানোৱাৰ আৰু প্ৰাঞ্জল ঘাটোৱাৰৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Mar 9, 2021, 1:40 PM IST

ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ ৷ ৰাজনৈতিক দলৰ সমান্তৰালভাৱে নিৰ্বাচনী ৰণলৈ টঙালি বান্ধিছে প্ৰাৰ্থীসকলেও ৷ সোমবাৰে ডিব্ৰুগড়ৰ ৭ টা বিধানসভা সমষ্টিৰ বিজেপি দলৰ সকলো প্ৰাৰ্থীয়ে হাজাৰ হাজাৰ দলীয় সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰা দেখিবলৈ পোৱা গ'ল । ইয়াৰ বিপৰীতে মৰাণ আৰু লাহোৱাল সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰা দুজনকৈ যুৱ কংগ্ৰেছী মনোজ ধানোৱাৰ আৰু প্ৰাঞ্জল ঘাটোৱাৰেও দাখিল কৰে মনোনয়ন পত্ৰ ৷

two-youth-leader-of-congress-has-given-nomination
কংগ্ৰেছ প্ৰাৰ্থীদ্বয় মনোজ ধানোৱাৰ আৰু প্ৰাঞ্জল ঘাটোৱাৰৰ মনোনয়ন পত্ৰ দাখিল

মৰাণ, 9মাৰ্চ: ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ ৷ ৰাজনৈতিক দলৰ সমান্তৰালভাৱে নিৰ্বাচনী ৰণলৈ টঙালি বান্ধিছে প্ৰাৰ্থীসকলেও ৷ সোমবাৰে ডিব্ৰুগড়ৰ ৭ টা বিধানসভা সমষ্টিৰ বিজেপি দলৰ সকলো প্ৰাৰ্থীয়ে হাজাৰ হাজাৰ দলীয় সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰা দেখিবলৈ পোৱা গ'ল । ইয়াৰ বিপৰীতে মৰাণ আৰু লাহোৱাল সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰা দুজনকৈ যুৱ কংগ্ৰেছী মনোজ ধানোৱাৰ আৰু প্ৰাঞ্জল ঘাটোৱাৰেও দাখিল কৰে মনোনয়ন পত্ৰ ৷

লাহোৱাল সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে দলীয় কৰ্মী,সমৰ্থকক লগত লৈ বিশাল ৰেলীৰে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে মৰাণ সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰেও দলীয় কৰ্মী সকলক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷ আনহাতে, প্ৰথম বাৰলৈ দলীয় টিকট লাভ কৰা দুয়োগৰাকী প্ৰাৰ্থীয়ে সংবাদ মাধ্যমৰ আগত আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়ী হৈ আহিম বুলি আত্মবিশ্বাসেৰে মন্তব্য কৰে ৷

লগতে পঢ়কঃ৩৬ বছৰ সেৱা আগবঢ়াই কংগ্ৰেছ এৰিলে কল্যাণ গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.