ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - ETV Bharat top ten news

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Apr 1, 2022, 7:08 PM IST

Firing in Dibrugarh: ডিব্ৰুগড়ত নিজকে গুলীয়ালে কিশোৰীয়ে

ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা ৷ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী 15 বছৰীয়া কিশোৰী (Minor girl shoots self in Dibrugarh)৷

Threats To PM Modi: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ভাবুকি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদান কৰা হৈছে হত্যাৰ ভাবুকি ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAয়ে লাভ কৰিছে প্ৰধানমন্ত্ৰী গৰাকীক হত্যাৰ ভাবুকিভৰা এক ই-মেইল (Mail to NIA threatening to kill Prime Minister Narendra Modi) ৷

অসম আৰু অসমীয়াক চৰম অপমান এগৰাকী অনা অসমীয়াৰ

এটা অডিঅ’ ক্লিপক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ অডিঅ’ ক্লিপটোত এগৰাকী অনা অসমীয়া লোকে অশ্ৰাব্য গালি গালাছ কৰিছে অসম আৰু অসমীয়াক ! ঘটনা সন্দৰ্ভত তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কেইবাটাও দল সংগঠনৰ ৷

বিধায়কৰ কিনা বেচা কংগ্ৰেছৰ দিনৰ পৰাই আৰম্ভ কৰিছিল হিমন্তই: মানস বৰা

ৰাজ্যসভা নিৰ্বাচনত বিধায়কৰ কিনা বেচা কংগ্ৰেছৰ দিনৰ পৰাই আৰম্ভ কৰিছিল হিমন্তই বিশ্ব শৰ্মাই । এআইইউডিএফ বিশ্বাসঘাটক। কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদ বিক্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। ৰাজ্যসভা নিৰ্বাচনক লৈ নগাঁৱত বিস্ফোৰক মন্তব্য কংগ্ৰেছী নেতা মানস বৰাৰ(Manas Bora remarks on Himanta Biswa Sarma) ।

প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান কংগ্ৰেছ নেতা মানস বৰাৰ

হাতত ছিলিণ্ডাৰ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁও জিলা কংগ্ৰেছৰ প্ৰতিবাদ । প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান কংগ্ৰেছী নেতা মানস বৰাৰ(Congress protest against price hike at Nagaon) ।

টীয়কত পিষ্টলসহ গ্ৰেপ্তাৰ হোৱা যুৱকক কাৰাগাৰলৈ প্ৰেৰণ

যোৱা ৩০ মাৰ্চত টীয়কৰ হাঁহচৰা অঞ্চলৰ জিতু গগৈ নামৰ এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰক বিনা কাৰণত মাৰপিট কৰি পিষ্টল দেখুৱাই প্ৰাণে মৰা ভাবুকি প্ৰদান কৰা বুলি দাখিল কৰা অভিযোগৰ ভিত্তিত হাঁহচৰাৰ বিতুপন কলিতা নামৰ এজন যুৱকক পিষ্টলসহ টীয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে জেললৈ প্ৰেৰণ কৰে (Youth arrested with pistol sent to jail)।

মনজিৎ মহন্তক মানসিক বিকাৰগ্ৰস্ত আখ্যা পিযুষ হাজৰিকাৰ

এ আই ইউ ডি এফৰ ৫ বিধায়কে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ (AIUDF MLAs met the Chief Minister at his house)। এই অভিযোগক নাকচ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই এয়া মিছা প্ৰচাৰ বুলি মন্তব্য কৰিছে ৷ মন্ত্ৰীগৰাকীৰ মতে এয়া মানসিক বিকাৰগ্ৰস্তৰ পৰিচয় । মনজিৎ মহন্ত আৰু ভূপেন বৰাই এই অভিযোগ প্ৰমাণ কৰক অন্যথা মানহানিৰ গোচৰ তৰাৰ হুংকাৰ দিছে পিযুষ হাজৰিকাই ৷

Encounter in Assam Arunachal border: দুই NLFB কেডাৰলৈ আৰক্ষীৰ গুলী

পুনৰ অসম আৰক্ষী এনকাউন্টাৰ ৷ এইবাৰ শোণিতপুৰৰ ভালুকপুঙত অসম আৰক্ষীৰ এনকাউন্টাৰ (Police encounter at Sonitpur) ৷ আৰক্ষীৰ গুলীত আহত ২জনকৈ NLFB কেডাৰ (NLFB Cadres injured in police encounter) ৷

কোকৰাঝাৰত উপস্থিত নৱ-নিৰ্বাচিত সাংসদ ৰণগৌৰা নাৰ্জাৰী

কোকৰাঝাৰৰ ইউপিপিএল দলৰ কাৰ্যালয়ত উপস্থিত নৱ নিৰ্বাচিত সাংসদ ৰণগৌৰা নাৰ্জাৰী ৷ দলীয় নেতা-কৰ্মীৰ মাজত উৎসাহ ৷ ফটকা ফুটাই, নৃত্য-গীতেৰে বিপুল আদৰণি ৰণগৌৰাক (MP Rangaura Narjari in Kokrajhar) ৷

নিলম্বনৰ পাছত বিধায়ক ছিদ্দিক আহমেদৰ বিস্ফোৰণ

ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদক দলৰ পৰা নিলম্বন (MLA Siddique Ahmed suspended from Congress)। নিলম্বনৰ পাছতে কেইবাটাও বিস্ফোৰণ বিধায়কগৰাকীৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.