টিংখাং, 29 জুলাই: টিংখাঙৰ যোগমায়া বড়া স্মাৰক শৈক্ষিক ন্যাস আৰু মৰাণৰ বাল্যবিকাশ বিদ্যালয়ৰ সহযোগত টিংখাঙৰ ২ নং দীঘলীয়া গাঁৱত এখনি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ প্ৰায় ১১ খন গাঁৱৰ কন কন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত ৷ এই কন কন ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা অংকীয়া নাট ভাওনা আৰু ন়ৃত্য-গীতেৰে মুখৰিত হয় 2নং দীঘলীয়া গাঁৱৰ প্ৰশিক্ষণ স্থলী ৷ নৱপ্ৰজন্মৰ মাজত অসমৰ লোকসংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে প্ৰায় ১৫ খন গাঁৱৰ ৰাইজৰ উদ্যোগত চাৰি বছৰ ধৰি এনেদৰে প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ আহিছে ৷ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে খোল -বাদন, গায়ন বায়ন, ভোৰতাল নৃত্যৰ লগতে বৰগীত আৰু ‘ৰুক্মিণী হৰণ’ নাটো প্ৰদৰ্শন কৰে ৷
টিংখাঙত গ্ৰীষ্মকালীন কৰ্মশালা - etv bharat assam
টিংখাঙৰ ২ নং দীঘলীয়া গাঁওত এখনি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ প্ৰায় ১১ খন গাঁওৰ কন কন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত ৷ নৱপ্ৰজন্মৰ মাজত অসমৰ লোকসংস্কৃতি , সত্ৰীয়া সংস্কৃতিক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত এই কৰ্মশালা ৷
টিংখাং, 29 জুলাই: টিংখাঙৰ যোগমায়া বড়া স্মাৰক শৈক্ষিক ন্যাস আৰু মৰাণৰ বাল্যবিকাশ বিদ্যালয়ৰ সহযোগত টিংখাঙৰ ২ নং দীঘলীয়া গাঁৱত এখনি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ প্ৰায় ১১ খন গাঁৱৰ কন কন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত ৷ এই কন কন ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা অংকীয়া নাট ভাওনা আৰু ন়ৃত্য-গীতেৰে মুখৰিত হয় 2নং দীঘলীয়া গাঁৱৰ প্ৰশিক্ষণ স্থলী ৷ নৱপ্ৰজন্মৰ মাজত অসমৰ লোকসংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে প্ৰায় ১৫ খন গাঁৱৰ ৰাইজৰ উদ্যোগত চাৰি বছৰ ধৰি এনেদৰে প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ আহিছে ৷ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে খোল -বাদন, গায়ন বায়ন, ভোৰতাল নৃত্যৰ লগতে বৰগীত আৰু ‘ৰুক্মিণী হৰণ’ নাটো প্ৰদৰ্শন কৰে ৷
Body:কন কন ছাত্ৰ ছাত্ৰীৰ অংকীয়া নাট ভাওনা আৰু ন়ত্য-গীতেৰে মুখৰিত টিংখাঙৰ ২ নং দীঘলীয়া গাঁও । নিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰনি অংকীয়া নাট আৰু খোলবাদন প্ৰশিক্ষণ কৰ্মশালা । যোগমায়া বড়া স্মাৰক শৈক্ষিক ন্যাস সমিতিৰ উদ্যোগত আৰু মৰাণৰ বাল্যবিকাশ বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই গ্ৰীষ্মকালীন কৰ্মশালাৰ দেওবাৰে পৰে । প্ৰায় ১৫ খন গাঁওৰ ৰাইজৰ উদ্যোগ আৰু প্ৰায় ১১ খন গাঁওৰ কন কন ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণত জীপাল হৈ উঠিল ২ নং দীঘলীয়া গাঁওৰ প্ৰশিক্ষণ স্থলী । লোকসংস্কৃতি , সত্ৰীয়া সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে চাৰি বছৰ ধৰি এনেদৰে প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে । সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে পৰিবেশন কৰে খোল -বাদন, গায়ণ বায়ন, ভোৰতাল নৃত্য, বৰগীত আৰু ‘ৰুক্মিণী হৰণ’ নাট ।
Bite - উদ্যোক্তা সমিতি , দৰ্শক
Conclusion:ঐ