ETV Bharat / state

টিংখাঙত উগ্ৰপন্থী বিৰুদ্ধে আৰক্ষীৰ  অভিযান - আৰক্ষীৰ  অভিযান

স্বাধীনতা দিৱসৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থী বিৰোধী অভিযান । গ্ৰেপ্তাৰ হৈছে ইজনৰ পাচত সিজনকৈ আলফা স্বাধীনৰ সদস্য । সমান্তৰালভাৱে জিলাখনৰ টিংখাঙতো আৰক্ষীয়ে গঢ়ি তুলিছে নিচিদ্ৰ নিৰাপত্তা ব্যৱস্থা ।

টিংখাঙত উগ্ৰপন্থী বিৰুদ্ধে আৰক্ষীৰ  অভিযান
author img

By

Published : Aug 9, 2019, 9:09 AM IST

ডিব্ৰুগড়, 9 আগষ্টঃ স্বাধীনতা দিৱসৰ পূৰ্বে টিংখাঙত আৰক্ষীৰ ব্যাপক তালাচী অভিযান । দিচাং নদীৰ পাৰৰ হাবিতলীয়া অঞ্চলত উগ্ৰপন্থী বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷

টিংখাঙত উগ্ৰপন্থী বিৰুদ্ধে আৰক্ষীৰ অভিযান

স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন । স্বাধীনতা দিৱসৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থী বিৰোধী অভিযান । গ্ৰেপ্তাৰ হৈছে ইজনৰ পাচত সিজনকৈ আলফা স্বাধীনৰ সদস্য । সমান্তৰালভাৱে জিলাখনৰ টিংখাঙতো আৰক্ষীয়ে গঢ়ি তুলিছে নিচিদ্ৰ নিৰাপত্তা ব্যৱস্থা । স্বাধীনতা দিৱসৰ পূৰ্বে অঞ্চলটোত উগ্ৰপন্থী সংগঠনৰ কূটাঘাতৰ আশংকাত আৰক্ষীয়ে দিনে-নিশাই তীব্ৰতৰ কৰি তুলিছে তালাচী অভিযান । টিংখাঙৰ প্ৰাণকেন্দ্ৰ ৰাজগড়ৰ ভাড়াঘৰ সমূহত তন্ন-তন্নকৈ তালাচী চলাইছে ৰাজগড় আৰক্ষীয়ে । প্ৰধানকৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া অঞ্চলত বিশেষ সতৰ্কতা গ্ৰহণ কৰিছে আৰক্ষীয়ে । দিচাং নদীৰ পাৰৰ হাবিতলীয়া অঞ্চলত যাতে কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যই আশ্ৰয় লৈ থাকিব নোৱাৰে তাৰবাবে প্ৰতিটো ঘৰত তন্ন-তন্নকৈ তালাচী চলায় থকা দেখা হৈছে । লগতে তেলৰ পাইপ লাইন সমূহতো যাতে কোনেও কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবেও বিশেষ সতৰ্কতা গ্ৰহণ কৰিছে আৰক্ষীয়ে ।

Intro:। স্বাধীনতা দিৱসৰ পূৰ্বে টিংখাঙত আৰক্ষীৰ ব্যাপক তালাচি অভিযান । দিচাং নদীৰ পাৰৰ হাবিতলীয়া অঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযান

Body:টিংখাং:- স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন। স্বাধীনতা দিৱসৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থী বিৰোধী অভিযান। গ্ৰেপ্তাৰ হৈছে ইজনৰ পাচত সিজনকৈ আলফা স্বাধীনৰ সদস্য। সমান্তৰালভাৱে জিলাখনৰ টিংখাঙতো আৰক্ষীয়ে গঢ়ি তুলিছে নিচিদ্ৰ নিৰাপত্তা ব্যৱস্থা। স্বাধীনতা দিৱসৰ পূৰ্বে অঞ্চলটোত উগ্ৰপন্থী সংগঠনৰ কূটাঘাটৰ আশংকাত আৰক্ষীয়ে দিনে-নিশাই তীব্ৰতৰ কৰি তুলিছে তালাচি অভিযান। টিংখাঙৰ প্ৰাণকেন্দ্ৰ ৰাজগড়ৰ ভাড়াঘৰ সমূহত তন্ন-তন্নকৈ তালাচি চলাইছে ৰাজগড় আৰক্ষীয়ে। প্ৰধানকৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া অঞ্চলত বিশেষ সতৰ্কতা গ্ৰহণ কৰা হৈছে। দিচাং নদীৰ পাৰৰ হাবিতলীয়া অঞ্চলত যাতে কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যই আশ্ৰয় লৈ থাকিব নোৱাৰে তাৰবাবে প্ৰতিটো ঘৰত তন্ন-তন্নকৈ তালাচি চলাই থকা হৈছে। লগতে অইলৰ পাইপ লাইন সমূহতো যাতে কোনেও কূটাঘাটমুলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবেও বিশেষ সতৰ্কতা গ্ৰহণ কৰিছে আৰক্ষীয়ে।

Byte-1 ৰাজগড় আৰক্ষী।
Conclusion:Doo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.