ETV Bharat / state

টিংখাঙত উৰিব কংগ্ৰেছৰ বিজয় ধ্বজা !

author img

By

Published : Feb 14, 2021, 1:26 PM IST

আগন্তুক নিৰ্বাচনত ১১৯ নং টিংখাং বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰবল প্ৰাৰ্থীত্বৰ দাবীদাৰ বিপুল গগৈৰ নেতৃত্বত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোকে ৰেলী কৰি অসম বচাও শীৰ্ষক কংগ্ৰেছৰ সভালৈ ৰাওনা হৈছে ।

টিংখাঙৰ বুকুৰ পৰাই উৰিব কংগ্ৰেছৰ বিজয় ধ্বজা

টিংখং,14ফেব্ৰুৱাৰীঃ সহস্ৰাধিক লোকৰ বিশাল ৰেলীৰে টিংখাঙৰ পৰা শিৱসাগৰত অনুষ্ঠিত হোৱা ৰাহুল গান্ধীৰ জনসভালৈ ৰাওনা কংগ্ৰেছ কৰ্মী । আগন্তুক নিৰ্বাচনত ১১৯ নং টিংখাং বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰবল প্ৰাৰ্থীত্বৰ দাবীদাৰ বিপুল গগৈৰ নেতৃত্বত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ লোকে ৰেলী কৰি অসম বচাও শীৰ্ষক কংগ্ৰেছৰ এই সভালৈ ৰাওনা হয় ।

টিংখাঙৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অতি ঘনিষ্ঠ বিপুল গগৈৰ দাবী-পূৰ্বৰ কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত টিংখাং সমষ্টিটো পুনৰ উদ্ধাৰ কৰি টিংখাঙৰ বুকুত কংগ্ৰেছৰ বিজয়ধ্বজা উৰুওৱাৰ লগতে টিংখাঙৰ পৰা কংগ্ৰেছৰ জয়যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে ৷

লগতে পঢ়কঃ কানাড়া বেংকৰ পৰা 1.50 কোটি টকা হৰলুকিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.