ETV Bharat / state

টিংখাঙত ‘কা’ বাতিলৰ দাবীত আছুৰ মানৱ শৃংখল - Tingkhong AASU protest news

টিংখাঙত ‘কা’ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে গ্ৰহণ কৰা হয় মানৱ শৃংখল কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ নেতৃবৃন্দৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷

AS_Tingkhong_aasu-protest-against-caa_img_ASC10071
টিংখাঙত ‘কা’ বাতিলৰ দাবীত আছুৰ মানৱ শৃংখল
author img

By

Published : Jan 6, 2021, 2:22 PM IST

টিংখাং,6 জানুৱাৰী: টিংখাঙত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে বুধবাৰে টিংখাঙত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই ৷ এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক আছু কৰ্মীৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে’-কাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ নাগৰিকত্ব সংশোধিত আইনখন বাতিল নকৰা পৰ্যন্ত ৰাজ্যত ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে আছুৰ নেতৃবৃন্দই ৷

লগতে পঢ়ক-কেনেকৈ চাপাগুৰিৰ বাছষ্টেণ্ড পালৈ গৈ অমিতৰাজ দৈমাৰী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.