টিংখাং, 1 চেপ্তেম্বৰঃ 'মৌ' পালনৰে স্বাভলম্বী টিংখাঙৰ বিনয় বৰা ৷ টিংখাঙৰ দুই নং গড়গুৰি গাঁৱৰ বিনয় বৰা নামৰ ব্যক্তিজনে 2018 চনৰ পৰাই ঘৰতে কাঠেৰে বাহ সাজি ব্যস্ত হৈ পৰিছে 'মৌ' পালনত ৷ বৰ্তমান বিনয় বৰাই ঘৰৰ চাৰিওফালে 12 টা মৌ-বাহ স্থাপন কৰি মৌ পালন কৰি আছে ৷ উল্লেখযোগ্য যে, কিছুদিন আগৰলৈকে তেওঁ ৪৮ টা মৌ বাহত মৌ পালন কৰি আহিছিল যদিও বৰ্তমান কেইবা বাহো মৌ জাক পলাই যায় ৷ মৌ ৰস উৎপাদন কৰা বিনয় বৰাই মৌ ৰস সংগ্ৰহ কৰি প্ৰতি লিটাৰ ৪০০ টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে ৷ এনেদৰে বছৰি তেখেতে পঁচিশৰ পৰা ত্ৰিশ হাজাৰ টকা অকল মৌ পালনৰ পৰাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
'মৌ' পালনৰে স্বাভলম্বী টিংখাঙৰ বিনয় বৰা - টিংখাঙৰ দুই নং
'মৌ' পালনৰে স্বাভলম্বী টিংখাঙৰ বিনয় বৰা ৷ টিংখাঙৰ দুই নং গড়গুৰি গাঁৱৰ বিনয় বৰা নামৰ ব্যক্তিজনে 2018 চনৰ পৰাই ঘৰতে কাঠেৰে বাহ সাজি ব্যস্ত হৈ পৰিছে 'মৌ' পালনত ৷
টিংখাং, 1 চেপ্তেম্বৰঃ 'মৌ' পালনৰে স্বাভলম্বী টিংখাঙৰ বিনয় বৰা ৷ টিংখাঙৰ দুই নং গড়গুৰি গাঁৱৰ বিনয় বৰা নামৰ ব্যক্তিজনে 2018 চনৰ পৰাই ঘৰতে কাঠেৰে বাহ সাজি ব্যস্ত হৈ পৰিছে 'মৌ' পালনত ৷ বৰ্তমান বিনয় বৰাই ঘৰৰ চাৰিওফালে 12 টা মৌ-বাহ স্থাপন কৰি মৌ পালন কৰি আছে ৷ উল্লেখযোগ্য যে, কিছুদিন আগৰলৈকে তেওঁ ৪৮ টা মৌ বাহত মৌ পালন কৰি আহিছিল যদিও বৰ্তমান কেইবা বাহো মৌ জাক পলাই যায় ৷ মৌ ৰস উৎপাদন কৰা বিনয় বৰাই মৌ ৰস সংগ্ৰহ কৰি প্ৰতি লিটাৰ ৪০০ টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে ৷ এনেদৰে বছৰি তেখেতে পঁচিশৰ পৰা ত্ৰিশ হাজাৰ টকা অকল মৌ পালনৰ পৰাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
'মৌ' পালনৰে স্বাভলম্বী টিংখাঙৰ এজন ব্যক্তি //
Body: টিংখাঙৰ দুই নং গড়গুৰি গাঁৱৰ এজন ব্যক্তি । নাম বিনয় বড়া । এইজন ব্যক্তিজনে ২০১৮ চনৰ পৰাই ঘৰতে কাঠেৰে বাহ সাজি 'মৌ' পালনত ব্যস্ত হৈ পৰিছে । বৰ্তমান বিনয় বড়াৰ ঘৰৰ চাৰিওফালে ১২ টা মৌ-বাহ স্থাপন কৰি মৌ পালন কৰি আছে। ব্যক্তিজনে অঞ্চলটোৰ য’তে মৌ-মাখিৰ সন্ধান পায়, তাৰ পৰাই মৌ জাক ধৰি আনে ঘৰলৈ। উল্লেখযোগ্য যে এনেদৰে মৌ জাক ধৰি আনি কিছুদিন আগৰলৈকে তেওঁ ৪৮ টা মৌ বাহত মৌ পালন কৰি আহিছিল যদিও বৰ্তমান কেইবা বাহো মৌ জাক পলাই যায় । মৌ ৰস উৎপাদন কৰা বিনয় বড়াই মৌ ৰস সংগ্ৰহ কৰি প্ৰতি লিটাৰ ৪০০ টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে। এনেদৰে বছৰি খৰচ বাদ দি পঁচিশ/ত্ৰিশ হাজাৰ টকা অকল মৌ পালনৰপৰাই তেওঁ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
Conclusion:ইফালে শিল্পৰ কৰ্মৰ কোনো আনুষ্ঠানিক শিক্ষাৰ অবিহনে হাতুৰি, বটালী, দা- কৰত লৈ কঠোৰ অধ্যৱসায় আৰু একাণপটীয়া নেৰা নেপেৰা প্ৰচেষ্টাৰে পেলনীয়া বাঁহ, কাঠৰ, টুকুৰাৰে বিভিন্ন ঘৰুৱা সামগ্ৰী নিৰ্মাণৰ কামতো আন্তৰিকতাৰে মনোনিৱেশ কৰে বিনয় বড়াই বিগত কেইবা বছৰ ধৰি ইটোৰ পাছত সিটো বাঁহ - কাঠৰ সামগ্ৰী নিৰ্মাণ কৰি গৈছে বড়াই । তেওঁৰ এই যাদুকৰী হাতত আকৰ্ষণীয়ৰূপে প্ৰাণ পাই উঠা জীৱ জগতৰ বিভিন্ন জীৱ জন্তুৰ উপৰিও বাঁহ - কাঠৰ জাৰ, কাপ ইত্যাদি ঘৰুৱা সৌন্দৰ্যবৰ্ধনৰ বিভিন্ন সামগ্ৰী দিনক দিনে যথেষ্ট সমাদৰ লাভ কৰিছে ।
বাইট-বিনয় বৰা।
টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত,অসম।