ETV Bharat / state

সাপেখাতীত পুনৰ প্ৰাণ গ'ল নাহৰফুটুকীৰ - জীৱশ্ৰেষ্ঠ মানৱৰ হাতত প্ৰাণ গ'ল নাহৰফুটুকীৰ

পুনৰ জীৱশ্ৰেষ্ঠ মানৱৰ হাতত প্ৰাণ গ'ল নাহৰফুটুকীৰ ৷ ৰাইজে খেদি খেদি মৰিয়াই নাহৰফুটুকীটো হত্যা কৰাৰ অভিযোগ ৷ হত্যাৰ পাছতেই একাংশ লোকে বাঘটোৰ নখ পৰ্যন্ত লৈ যোৱাৰ অভিযোগ ৷

tiger killed at sapekhati
সাপেখাতীত পুনৰ প্ৰাণ গ'ল নাহৰফুটুকীৰ
author img

By

Published : Mar 20, 2021, 9:09 PM IST

মৰাণ,20 মাৰ্চ: চৰাইদেউৰ সাপেখাতীত ৰাইজে খেদি খেদি মৰিয়াই এটা নাহৰফুটুকী হত্যা কৰি বাঘটোৰ নখ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ জীৱশ্ৰেষ্ঠ মানৱৰ হাতত এনেদৰে পুনৰ এটা নাহৰফুটুকীয়ে মৃত্যুক সাৱটিব লগা হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

tiger killed at sapekhati
হত্যাৰ পাছতেই একাংশ লোকে বাঘটোৰ নখ পৰ্যন্ত লৈ যোৱাৰ অভিযোগ

ঘটনাৰ বিৱৰণী অনুসৰি, চৰাইদেউৰ সাপেখাতী বগাবাঘ চাহ বাগিচাৰ মহৰী দিলীপ সন্দিকৈৰ চৌহদত নাহৰফুটুকীটো একাংশ স্থানীয় লোকে বাঘটো প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ লগায় ৷ লগে লগে ৰাইজে খেদি খেদি বাগিচাৰ লাইনত মৰিয়াই বাঘটো হত্যা কৰে । হত্যাৰ পাছতেই একাংশ লোকে বাঘটোৰ নখ পৰ্যন্ত লৈ যায় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: অবৈধ সুৰাৰ ঘাটিত আমগুৰি আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.