ETV Bharat / state

লক ডাউনৰ মাজতে খোৱাঙত চিত্ৰ শিল্পীৰ চমক - ইণ্ডিয়া বুক অফ্ ৰেকৰ্ড

চকু বান্ধি আঁকিব পাৰে এখনৰ পিছত আনখন ছবি ৷ চিত্ৰশিল্পী দিপু বৰাৰ অনন্য প্ৰতিভা ৷

surprising art during the lockdown by talented artist
লক ডাউনৰ মাজতে খোৱাঙত চিত্ৰ শিল্পীৰ চমক
author img

By

Published : Apr 18, 2020, 7:39 PM IST

মৰাণ,18 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে এতিয়া লকডাউন ৷ সকলো বন্দী নিজ গৃহত ৷ লক ডাউনৰ এই সময়ত সকলোৱে কৰি গৈছে নিজৰ মন পচন্দৰ কাম ৷ নিজ গৃহতে ব্যস্ত সকলো ৷ কিন্তু লক ডাউনৰ এই সময়ত ঘৰতে থাকি অনুশীলন কৰি চকুত কাপোৰ বান্ধি যিকোনো ব্যক্তিৰ ছবি হুবহু আঁকি সমগ্ৰ ৰাজ্যতে চৰ্চিত হৈ পৰিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ দিপু বৰা নামৰ এগৰাকী চিত্ৰ শিল্পী ৷ চকু বান্ধি কম সময়তে আঁকিব পাৰে এখনৰ পিছত আনখন ছৱি ৷ ইয়াৰ লগতে একে সময়তে দুখন হাত আৰু ভৰি ব্যৱহাৰ কৰি চাৰি খনকৈ যিকোনো ছবিও আঁকিব পাৰে চিত্ৰশিল্পীগৰাকীয়ে ৷ এইগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পী দিপু বৰাৰ কৰ্মৰাজিক লৈ এতিয়া গৌৰৱান্বিত পিতৃ-মাতৃৰ লগতে সমগ্ৰ খোৱাংবাসী ৷

লক ডাউনৰ মাজতে খোৱাঙত চিত্ৰ শিল্পীৰ চমক

লগতে পঢ়কঃডিটেনচন কেম্পৰ পৰা দুজনকৈ লোকক জামিনত মুকলি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.