ETV Bharat / state

দেহশ্ৰী প্ৰতিযোগিতাত মৰাণৰ সুমিত পাণ্ডেৰ সফলতা - অসম দেহশ্ৰী প্ৰতিযোগিতা

অসম দেহশ্ৰী প্ৰতিযোগিতাত মৰাণৰ সুমিত পাণ্ডেৰ বৃহৎ সফলতা । প্ৰায় 70 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত মৰাণৰ নিবাসী সুমিত পাণ্ডেয়ে কঢ়িয়াই আনিলে মিষ্টাৰ অসম খিতাপ ।

sumit-pandey-of-moran-won-mr-assam-tital
দেহশ্ৰী প্ৰতিযোগিতাত মৰাণৰ সুমিত পাণ্ডেৰ সফলতা
author img

By

Published : Jan 11, 2021, 10:41 PM IST

মৰাণ, 11 জানুৱাৰী : 8,9 আৰু 10 জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মেন মিষ্টাৰ অসম দেহশ্ৰী প্ৰতিযোগিতাত মৰাণৰ সুমিত পাণ্ডেৰ বৃহৎ সফলতা । প্ৰায় 70 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত মৰাণৰ নিবাসী সুমিত পাণ্ডেয়ে কঢ়িয়াই আনিলে মিষ্টাৰ অসম খিতাপ ।

sumit-pandey-of-moran-won-mr-assam-tital
খিতাপ অৰ্জন কৰাৰ সময়ত

মৰাণ কুশল নগৰৰ নিবাসী বীৰেন্দ্ৰ পাণ্ডে তথা সীতা পাণ্ডেৰ পুত্ৰ সুমিত পাণ্ডেয়ে 2017 চনৰ পৰা শৰীৰ চৰ্চা কৰি আহিছিল আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে ৷

মৰাণত উপস্থিত হোৱাৰ পিচত আদৰণি জনাই সুমিত পাণ্ডেক

উল্লেখ্য যে,ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ মন পুহি ৰখা সুমিত পাণ্ডে বৰ্তমান যোৰহাটৰ এছ ডি ফিটনেছ চেণ্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । সোমবাৰে মৰাণত উপস্থিত হোৱাত মৰাণবাসী উৎফুল্লিত হৈ ফুলেৰে আদৰণি জনায় ।

লগতে পঢ়ক : ভোগালীৰ মৎস‍্য চিকাৰত নিষেধাজ্ঞা নগাঁও জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.