ETV Bharat / state

খোৱাঙত উদ্ধাৰ লখিমপুৰত চুৰি হোৱা ডাম্পাৰ

author img

By

Published : Sep 10, 2019, 12:35 PM IST

লখিমপুৰ জিলাৰ হাৰমতিৰ প্ৰবীণ বিশ্বাস নামৰ এজন লোকৰ ডাম্পাৰ খন মঙলবাৰৰ পুৱতি নিশা চোৰে চুৰি কৰি নিছিল৷

খোৱাঙত উদ্ধাৰ চুৰি ডাম্পাৰ

খোৱাং, 10 ছেপ্টেম্বৰঃ মঙলবাৰে পুৱতি নিশা খোৱাঙত AS-07-BC-0434 নম্বৰৰ এখন চুৰি ডাম্পাৰ উদ্ধাৰ হয়৷ জানিব পৰা মতে লখিমপুৰ জিলাৰ হাৰমতিৰ প্ৰবীন বিশ্বাস নামৰ এজন লোকৰ ডাম্পাৰ খন সোমবাৰে পুৱতি নিশা চোৰে চুৰি কৰি নিছিল৷

ডাম্পাৰ খনৰ গৰাকীয়ে লগে লগে স্থানীয় আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে সকলো আৰক্ষী থানাত খবৰ দিয়ে৷ ইয়াৰ পাচতে খোৱাং আৰক্ষীয়ে খোৱাঙৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা তেল ডিপুত ডাম্পাৰখন ৰখাই থোৱা অৱস্থাত উদ্ধাৰ কৰে৷ ইতিমধ্যে ডাম্পাৰখনৰ গৰাকীৰ লগতে লখিমপুৰৰ এটা আৰক্ষী দল খোৱাং আৰক্ষী থানাত উপস্থিত হৈছে । সম্প্ৰতি আৰক্ষীয়ে ডাম্পাৰ খন চুৰিৰ ঘটনাৰ সৈতে জড়িত লোকক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে৷

Intro:
আজি পুৱতি নিশা লক্ষীমপুৰৰ পৰা চুৰি কৰি অনা এখন ডাম্পাৰ খোৱাঙত উদ্ধাৰ কৰা হয় । জানিব পৰা মতে লক্ষীমপুৰ জিলাৰ হাৰমতিৰ প্ৰবীন বিশ্বাস নামৰ লোকজনৰ AS07 BC0434 নাম্বাৰৰ এখন ডাম্পাৰ আজি পুৱতি নিশা চুৰে চুৰি কৰি লৈ যায় । গৰাকীয়ে লগে লগে স্থানীয় আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে সকলো থানাকে খবৰ দিয়ে । পিছত খোৱাং আৰক্ষীয়ে খোৱাঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা তেল ডিপুত ৰখাই থোৱা অৱস্থাত গাড়ীখন উদ্ধাৰ কৰে । গাড়ীখনৰ গৰাকীৰ লগতে লক্ষীমপুৰৰ এটা আৰক্ষী দল ইতিমধ্যে খোৱাং আৰক্ষী থানাত আহি উপস্থিত হৈছে । ইফালে গাড়ীখন চুৰিৰ ঘটনাৰ সৈতে জড়িত লোকক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.