ETV Bharat / state

শ্বপিং মলে কিয় নিদিয়ে বিনামূলীয়া কেৰীবেগ?

author img

By

Published : Jun 4, 2019, 9:13 PM IST

Updated : Jun 4, 2019, 11:46 PM IST

ডিব্ৰুগড়ত বিশাল মেগা মাৰ্টত কেৰিবেগৰ নামত গ্ৰাহকৰ পৰা ধন লোৱাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷  দীৰ্ঘদিন ধৰি প্ৰতিটো কেৰীবেগৰ বাবদ ৯ৰ পৰা ১৪টকা পৰ্যন্ত গ্ৰাহকৰ পৰা লৈ বিশাল মেগা মাৰ্টে মাধমাৰ শোধাই আহিছে গ্ৰাহকক ৷

কেৰিবেগৰ নামত লুন্ঠন নামী-দামী কোম্পানীৰ

ডিব্ৰুগড়, 4 জুন : গ্ৰাহকক কেৰিবেগ প্ৰদানৰ নামত লুন্ঠন চলাইছে নামী-দামী কোম্পানীয়ে ৷ সামগ্ৰী ক্ৰয় কৰাৰ পাচত বিনামূলীয়া কেৰীবেগৰ প্ৰদানৰ বিপৰীতে প্ৰতিটো কেৰীবেগৰ নামত গ্ৰাহকৰ পৰা লুন্ঠন ন্যূনতম ৯ টকাৰ পৰা অত্যাধিক ১৪ টকা পৰ্যন্ত ৷ চণ্ডীগড়ত ‘বাটা'ই অলপতে গ্ৰাহকক জৰিমনা আদায় দিবলগীয়া হোৱাৰ পাচতে এতিয়া সৰৱ হৈছে ৰাইজ ৷ ডিব্ৰুগড়ত বিশাল মেগা মাৰ্টত কেৰিবেগৰ নামত গ্ৰাহকৰ পৰা ধন লোৱাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ দীৰ্ঘদিন ধৰি প্ৰতিটো কেৰীবেগৰ বাবদ ৯ৰ পৰা ১৪টকা পৰ্যন্ত গ্ৰাহকৰ পৰা লৈ বিশাল মেগা মাৰ্টে মাধমাৰ শোধাই আহিছে গ্ৰাহকক ৷

কেৰিবেগৰ নামত লুন্ঠন নামী-দামী কোম্পানীৰ

ইপিনে ভিন্ন সময়ত গ্ৰাহকে এই কথাৰ প্ৰতিবাদ কৰাৰ পাচতো গ্ৰাহকৰ মাজত বিশেষ সচেতনতাৰ অভাৱৰ বাবে এনেদৰে লুন্ঠন চলাই আহিছে ৷ উল্লেখ্য যে গ্ৰাহক সুৰক্ষা আইন অনুসৰি শ্বপিং মলসমূহে গ্ৰাহকক বিনামূলীয়াকৈ প্ৰদান কৰিব লাগে কেৰিবেগ ৷

A_dib_04jun_801to804  vishal_jesim

Visual and byte on mojo

:ডিব্ৰুগড়ত বিশাল মেগামাৰ্টত গ্ৰাহকক মাথোঁ কেৰিবেগ প্ৰদানৰ নামতেই কোটিৰ ঘৰত লুণ্ঠন।উতপ্ত পৰিস্থিতি।সামগ্ৰী ক্ৰয় কৰাৰ পাছত প্ৰতিটো কেৰিবেগত গ্ৰাহকৰ পৰা নূন্যতম ৯ টকাৰ পৰা অত্যাধিক ১৪টকা পয্যন্ত লুণ্ঠন বিশালত।

Byte:1,2 ভুক্তভোগী

লক্ষ্যণীয় 
গ্ৰাহকৰ অধিকাৰৰ পক্ষত যোৱা এটা ব্যতিক্ৰমী ৰায়দানত চণ্ডীগড়ৰ এখন consumer ফ’ৰামে ‘বাটা’ নামৰ জোতা নিৰ্মাতা কোম্পানীটোক অলপতে জৰিমনা বিহিছে। এজন গ্ৰাহকক তেওঁ কিনা জোতাযোৰ ভৰাই দিয়া কেৰিবেগটোৰ বাবে ৩ টকা দিবলৈ বাধ্য কৰা বাবে Shoemaker Bata India Limited নামৰ জনপ্ৰিয় আৰু ভাৰতৰ বিখ্যাত জোতা কোম্পানীটোক ফ’ৰামখনে এই জৰিমনা বিহে।

এই ঘটনাটো এতিয়া সমগ্ৰ ভাৰতৰ আৰু লগতে অসমৰো ছ’চিয়েল মিডিয়া য়ুজাৰে ব্যাপক হাৰত শ্বেয়াৰ কৰিছে। অসমত ‘বাটা’ৰ উপৰি বিগ বজাৰ, ৰিলায়েন্স, বিশাল আদি কোম্পানিৰ বিক্ৰীকেন্দ্ৰবোৰৰ একেই অন্যায় সহি অহা গ্ৰাহকসকলে ৰায়টোক নিজৰ কণ্ঠ হিচাপে অনুভৱ কৰিছে।

।ডিব্ৰুগড়ত বিশাল মেগা মাৰ্টত আজি এনে ঘটনাক লৈ এক উতপ্ত পৰিস্থিতি সৃষ্টি হয়।দীৰ্ঘদিন ধৰি
প্ৰতিষ্ঠানৰ দ্বাৰা মইমতালিৰে
প্ৰতিটো কেৰিবেগৰ মূল্য ক্ৰমে সৰুটোত ৯টকা,মধ্যমীয়া টোত ১২.৫০টকা আৰু ডাঙৰ টোত ১৪টকা কৈ গ্ৰাহকক লুণ্ঠন কৰিব ধৰা কাৰ্যত অগ্নশৰ্মা গ্ৰাহক।ঠিক একেদৰে বিগবজাৰ,খুচি মেগামাৰ্ট,ৰিল্যায়েন্সকে ধৰি ডিব্ৰুগড়ত মল সমুহত গ্ৰাহকৰ পৰা দৈনিক লাখ লাখ টকা লুণ্ঠন কৰি আহিছে।

Byte: ভুক্তভোগী

উল্লেখযোগ্য যে, বিশালত প্ৰতিদিনে হাজাৰ হাজাৰ গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰে।অৰ্থাৎ গ্ৰাহকৰ পৰা দৈনিক প্ৰায় কেইবা লক্ষ্যাধিক টকা সামান্য কেৰিবেগৰ নামতেই লুণ্ঠন কৰি আহিছে।

Byte:বিশাল কৰ্মচাৰী 

প্ৰতিমাহত প্ৰায় 50 লক্ষ্যাধিক টকাৰ লগতে বছৰত কোটি কোটি টকা মাত্ৰ গ্ৰাহকক কেৰিবেগ প্ৰদান কৰিয়েই বিশালে লুটি আহিছে।বিভিন্ন সময়ত গ্ৰাহকে এই কথাৰ প্ৰতিবাদ কৰাৰ পাছতো বিশেষ সচেতনতাৰ অভাৱে বিশালক এই লুন্ঠনত সহায় কৰি আহিছিল। অবশেষত আজি বিশাল কৰ্ত্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল একাংশ গ্ৰাহকৰ লগতে কেইবাটাও দল সংগঠন ডিব্ৰুগড়ত।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
Last Updated : Jun 4, 2019, 11:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.