ETV Bharat / state

বুঢ়ী দিহিং নৈত সন্ধানহীন হোৱা এজনৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Apr 14, 2021, 1:19 PM IST

বুঢ়ী দিহিং নৈত সন্ধানহীন হোৱা দুই যুৱকৰ এজনক মৃত অৱস্থাত উদ্ধাৰ কৰে এছডিআৰএফ বাহিনীয়ে ৷ আনজন যুৱকৰ সন্ধান অব্যাহত ৷

sdrf-rescued-death-body
মৃতদেহ উদ্ধাৰ

মৰাণ,14 এপ্ৰিল : ৰঙালী বিহুৰ আনন্দময় পৰিৱেশৰ মাজতে ডিব্ৰুগড়ৰ বাঁহবাৰীত বুধবাৰে গৰু গা ধুৱাবলৈ গৈ বুঢ়ী দিহিং নৈত সন্ধানহীন হয় দুই যুৱক । ইতিমধ্যে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই বাঁহবাৰী গাঁৱৰ এজন সন্ধানহীন যুৱক চানু খনিকৰক মৃত অৱস্থাত উদ্ধাৰ কৰে ।

sdrf-rescued-death-body
মৃতদেহ উদ্ধাৰ

বৰ্তমানো সন্ধানহীন আনজন যুৱক শিৰোমণি বৰাৰ সন্ধানত এছডিআৰএফ বাহিনীয়ে অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : পাথাৰকান্দি বাইপাছত পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.