ETV Bharat / state

মৰাণৰ চেঁচা নদীত উদ্ধাৰ সৌৰভৰ মৃতদেহ

author img

By

Published : Jun 21, 2020, 3:11 PM IST

শুকুৰবাৰে নিশা প্ৰেমিকাৰ ঘৰলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল সৌৰভ দাস ৷

Saurav Das Deadbody Rescue
মৰাণৰ চেঁচা নদীত উদ্ধাৰ সৌৰভৰ মৃতদেহ

মৰাণ, 21 জুন: ডিব্ৰুগড়ৰ লেজাইৰ দলংঘাটৰ দেৱানবাৰীৰ দিলীপ দাসৰ পুত্ৰ সৌৰভ দাস (20) নামৰ যুৱকজন শুকুৰবাৰে নিশা 10 বজাত এখন স্কুটিৰে প্ৰেমিকাৰ ঘৰলৈ অহাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ৷ দুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পাছত দেওবাৰে পুৱা চেঁচা দলং ঘাটৰ পৰা প্ৰায় 2 কিলোমিটাৰ আঁতৰত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে এছডিআৰএফ বাহিনীয়ে ৷

মৰাণৰ চেঁচা নদীত উদ্ধাৰ সৌৰভৰ মৃতদেহ

ইতিমধ্যে ঘটনা সংক্ৰান্তত চাৰিজনক আটক কৰিছে আৰক্ষীয়ে ।‌ যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰিছে । যুৱকজনৰ শৰীৰত আঘাটৰ চিন চাই নৃশংসভাৱে হত্যা কৰি নদীত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে ।

লগতে পঢ়কঃ কামৰূপ আৰক্ষীৰ জালত ছয়গাঁৱৰ আমবাৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.