ডিব্ৰুগড়, 10 জুনঃ ডিব্ৰুগড়ত উদ্ধাৰ প্ৰকাণ্ড অজগৰ । বগীবিলৰ আইথানৰ সমীপত উদ্ধাৰ প্ৰকাণ্ড অজগৰডাল । অজগৰডালকলৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎকন্ঠা । ইফালে প্ৰায় 20 ফুট দীঘল সাপডাল স্থানীয় সচেতন লোকে নিৰাপদে ৰাখি বন বিভাগক খবৰ দিয়ে । ব্ৰহ্মপুত্ৰৰ পাৰৰ অঞ্চলটোত নদীৰ পানী বৃদ্ধি পোৱাৰ বাবেই ওখ ঠাইলৈ ওলাই অহা বুলি ধাৰণা কৰা হৈছে ।
ডিব্ৰুগড়ত উদ্ধাৰ অজগৰ - অসম নিউজ
বগীবিলৰ আইথানৰ সমীপত উদ্ধাৰ প্ৰকাণ্ড অজগৰডাল । অজগৰডালকলৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎকন্ঠা
ডিব্ৰুগড়ত উদ্ধাৰ অজগৰ
ডিব্ৰুগড়, 10 জুনঃ ডিব্ৰুগড়ত উদ্ধাৰ প্ৰকাণ্ড অজগৰ । বগীবিলৰ আইথানৰ সমীপত উদ্ধাৰ প্ৰকাণ্ড অজগৰডাল । অজগৰডালকলৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎকন্ঠা । ইফালে প্ৰায় 20 ফুট দীঘল সাপডাল স্থানীয় সচেতন লোকে নিৰাপদে ৰাখি বন বিভাগক খবৰ দিয়ে । ব্ৰহ্মপুত্ৰৰ পাৰৰ অঞ্চলটোত নদীৰ পানী বৃদ্ধি পোৱাৰ বাবেই ওখ ঠাইলৈ ওলাই অহা বুলি ধাৰণা কৰা হৈছে ।
A_dib_10june_801to804_python_jesim
2 visul and two image on ftp
:ডিব্ৰুগড়ত উদ্ধাৰ প্ৰকাণ্ড অজগৰ।
বগীবিলৰ আইথানৰ সমিপত উদ্ধাৰ প্ৰকাণ্ড অজগৰডাল।অজগৰডালক লৈ স্থানীয়ৰ মাজত ব্যাপক উৎকন্ঠা।
ইফালে প্ৰায় 20 ফুট দীঘল সাপডাল স্থানীয় সচেতন লোকে নিৰাপদে ৰাখি বন বিভাগক খবৰ দিছে।ব্ৰহ্মপুত্ৰৰ পাৰৰ অঞ্চলটোত বৃহতকাৰৰ স্তন্যপায়ী জীৱটো নদীৰ পানী বৃদ্ধি পোৱাৰ বাবেই ওখ ঠাইলৈ ওলাই অহা বুলি ধাৰণা কৰা হৈছে।
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
Etv Bharat Assam