ETV Bharat / state

সমস্যা সমাধান নহলে জংগী আন্দোলনৰ হুংকাৰ আদিবাসী সকলৰ

author img

By

Published : Sep 14, 2020, 3:29 PM IST

আদিবাসী সকলক জনজাতি কৰণ কৰা,চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা,ভূমি পট্টা প্ৰদান কৰা ,শিক্ষা স্বাস্থ্য আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত টিংখাঙত প্ৰতিবাদ ৷

সমস্যা সমাধান নহলে জংগী আন্দোলনৰ হুংকাৰ আদিবাসী সকলৰ
সমস্যা সমাধান নহলে জংগী আন্দোলনৰ হুংকাৰ আদিবাসী সকলৰ

টিংখাঙ,14 ছেপ্টেম্বৰ : টিংখাঙত আদিবাসী সকলৰ জংগী আন্দোলনৰ হুংকাৰ ৷ সোমবাৰে টিংখাঙৰ ৰাজগড়ত আদিবাসী ছাত্ৰ সন্থা ৰাজগড় আঞ্চলিক সমিতিয়ে বিভিন্ন দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

উল্লেখ্য যে,আদিবাসী সকলক জনজাতি কৰণ কৰা,চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা,ভূমি পট্টা প্ৰদান কৰা,শিক্ষা স্বাস্থ্য আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ ইপিনে প্ৰতিবাদকাৰী সকলে বিজেপি নেতৃত্বাধীন চৰকাৰখনে পূৰ্বৰ চৰকাৰ সমূহৰ দৰেই কেৱল মাত্ৰ প্ৰতিশ্ৰুতি দি দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত কৰিছে ৷ ইয়াৰ উপৰি শীঘ্ৰেই আদিবাসী সকলৰ এই সমস্যা সমূহৰ সমাধান নকৰিলে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

লগতে পঢ়ক : কিৰণ ফাউণ্ডেছনে অতিক্ৰম কৰিলে 5 টা বছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.