ETV Bharat / state

চাবুৱাত হিংসাত্মক ৰূপত প্ৰতিবাদকাৰী

author img

By

Published : Dec 9, 2019, 11:17 PM IST

চাবুৱাৰ ৰে'লপথ অৱৰোধ কাৰ্যসূচীত হিংসাত্মক ৰূপ ধাৰণ কৰিলে প্ৰতিবাদকাৰীয়ে

চাবুৱা
হিংসাত্মক ৰূপত প্ৰতিবাদকাৰী

চাবুৱা, 9 ডিচেম্বৰ: মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাত উত্তপ্ত পৰিস্থিতি ৷ চাবুৱাৰ ৰে'লপথ অৱৰোধ কাৰ্যসূচীত হিংসাত্মক ৰূপ ধাৰণ কৰে প্ৰতিবাদকাৰীয়ে ৷ জানিব পৰা মতে, প্ৰতিবাদী কাৰ্যসূচী হৈ থকাৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ভাঙি চূৰমাৰ কৰে CRPF ৰ এখন চাৰিচকীয়া বাহন ৷ প্ৰতিবাদকাৰীয়ে পথতে বগৰাই দিয়ে CRPF ৰ বাহনখন ৷ বাহনখনৰ নম্বৰ AS-06V2392 ৷

Intro:Chabua nws
Reporter-Pustak phukan
Place--Chabua

মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাত উত্তপ্ত পৰিস্থিতি.. চাবুৱাৰ ৰেলপথ অৱৰোধ কাৰ্যসূচীত ব্যাপক হিংসাত্মক ঘটনা..প্ৰতিবাদী কাৰ্যসূচী হৈ থকাৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ভাঙি চূৰমাৰ কৰিলে CRPF-r এখন বাহন.. প্ৰতিবাদকাৰীয়ে পথতে বগৰাই দিয়ে বাহনখন.. বাহনখনৰ no--AS-06V2392.. সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল পৰিৱেশ*..Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.